Breaking

দেশবাসীলৈ বিজয়া দশমীৰ শুভকামনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

0 78

আজি বিজয়া দমশী। কালি ৰাম নৱমী সম্পূর্ণ হোৱাৰ পাছত আজি দেশত বিজয়া দশমী উদযাপন কৰা হৈছে৷ অশুভৰ নাশ কৰি শুভ জয়ৰ প্ৰতীক এই উৎসৱত প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

দশহৰাত নাগপুৰত আৰ এছ এছৰ কাৰ্যসূচী অনুষ্ঠীত কৰা হৈছে। আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে দশমী উৎসৱ, য’ত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হ’ব। আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আজি নাগপুৰত প্ৰতি বছৰে পালন কৰা বিজয়া দশমী উৎসৱৰ আয়োজন কৰিব।

Leave A Reply