Breaking

Browsing Category

সম্পাদকীয়

বিজেপিৰ নবনিৰ্বাচিত ৰাজ্যিক সভাপতিক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী…

 ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গই। ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি মণ্টু দে, কেন্দ্ৰীয় সাধাৰণ
Read More...

খৰাং বতৰত খেতিপথাৰত চিৰাঁলফাট পৰিস্থিতিত হাহাকাৰ ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান গ্ৰামাঞ্চল বৰবৰুৱা

ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান অঞ্চলবোৰত খৰাং সদৃশ পৰিস্থিতিৰ বাবে গ্ৰামাঞ্চলৰ কৃষকে শালিধানৰ খেতি কৰিৱ নোৱৰা সমস্যাই কৃষকৰ মাজত হাহাকাৰ হৈ পৰিছে।ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ কোটোহা 'বগীবিল 'লেজাই -কলাখোৱা '
Read More...

পানেৰি সমষ্টিত বিশ হাজাৰ বিনামূলীয়া ছ’লাৰ বিতৰণ

ওদালগুৰি জিলাৰ অন্তৰ্গত ৬৪ নং পানেৰি বিধানসভা সমষ্টিত আজি প্ৰায় বিশ হাজাৰ ছ'লাৰ(Cookstove) বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে অসম বিধান সভা মজিয়াৰ অধক্ষ্য তথা পানেৰি বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে।তেওঁ কয় যে পানেৰি সমষ্টিত বসবাস
Read More...

অসম বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হ’ল জেবিন লাইলা আহমেদৰ

অসম বুক অৱ ৰেকৰ্ডছত জেবিন লাইলা আহমেদৰ নাম সন্নিবিষ্ট হ'ল।উদীয়মান লেখিকা জেবিন লাইলা আহমেদ"  নাৰী দৰ্পণ" শীৰ্ষক প্ৰৱন্ধ পুথিৰ বাবে অসম বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে I এইখন হৈছে ৩ ছেণ্টিমিটাৰ দীঘল আৰু ২.৫ ছেণ্টিমিটাৰ
Read More...

স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাটৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্তৰ মেৰাপানী

আজি পুৱতি নিশা অসম নগালেণ্ড সীমান্তঞ্চলত ধনদাবী আৰু কূটাঘাটৰ লক্ষ্যৰে নগাপাহাৰৰ দুৰ্গম অঞ্চলত  বাহৰ পাতি থকা  এটা নগা উগ্ৰপন্থীৰ শিৱিৰ ধ্বংস কৰিবলৈ সক্ষম হয় নগালেণ্ডস্থিত ১৪নং আসাম ৰাইফলচৰ দলে।পুৱতি নিশা অসম নগালেণ্ড সীমান্তৰ মেৰাপানীৰ
Read More...

ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সাপেখাতী আঞ্চলিক ছাত্ৰ…

পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সাপেখাতী  আঞ্চলিক ছাত্ৰ সন্থাই সাপেখাতী বজাৰ  তিনিআলিত  আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । হাতে হাতে
Read More...

লাহৰীঘাটত লাট মণ্ডলক উৎকোচ দিব গৈ আটক হ’ল আমছুৰ নেতা সহ দুজন

লাহৰীঘাট ৰাজহ চক্ৰত  লাট মণ্ডলক উৎকোচ দিব গৈ যোৱা কালি ৪ আগষ্টত আমছুৰ নেতাসহ দুজন আটক হবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৃত আমছু নেতা জনৰ নাম আনাৰুল ইছলাম আৰু আনজন হৈছে গিয়াছউদ্দিন আহমেদ ।উল্লেখযোগ্য যে ৰাজহ
Read More...

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত একপ্ৰকাৰ দলটো নিশেষ হোৱাৰ পথত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ ভূপেন বৰাৰ। কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
Read More...

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা। তথ্য অনুসৰি, ভাৰতত ২০১৭ পৰা ২০১৯ৰ সময়ছােৱাত অর্থাৎ দুবছৰত ১৪-১৮ বছৰ বয়সৰ ২৪,০০০ ৰাে অধিক কিশোৰৰে আত্মহত্যা কৰিছিল। এইসকল আত্মহননকাৰীৰ চাৰি হেজাৰৰাে অধিকে পৰীক্ষাত ব্যর্থ হােৱাৰ কাৰণত
Read More...

আত্মসমৰ্পণ কৰা সকলো কেডাৰকে সমমৰ্যাদা প্ৰদানৰ দাবী এন ডি এফ বি আৰ ডি গ্ৰুপৰঃ কৰ্মসংস্থাপন অবিহনে…

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মসমৰ্পণ কৰা আৰু শান্তি আলোচনাত বহা সকলো এন ডি এফ বি কেডাৰকে সম মৰ্যাদা প্ৰদান কৰা উচিত ৷ অসমৰ শান্তি বাৰ্তাা ৰখাৰ স্বাৰ্থথ আৰু বড়ো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা শান্তিপূৰ্ণ সমাধানৰ স্বাৰ্থত এন ডি এফ বিৰ
Read More...