অপৰাধ

যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসকক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ হৃষিকেশ। ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ হৃষিকেশক। যৌন আতিসাহ্য চলাইছিল চিকিৎসকজনে।

মুকলি আকাশৰ তললৈ জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

পুৱা ৬:৩০ বজাত কাৰাগাৰৰ পৰা ওলাল অমৃতপ্ৰভা মহন্ত।মাতৃ-ভগ্নী আৰু অন্যান্য আত্মীয়ই চমজি লৈ যায় অমৃতপ্ৰভাক।

উচ্চতম ন্যায়ালয়ত আজি পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ

শ্যামকানুক আজিও জামিন নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে। ৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ ভুৱা ফটো প্ৰচাৰ দুষ্টচক্ৰৰ

AIৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ভুৱা ফটো প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ দুষ্টচক্ৰৰ। ইতিমধ্যে চিনাক্ত কৰা হৈছে এই কাৰ্যৰ সৈতে জড়িত থকাসকলক।

আজি সৰ্বোচ্চ ন্যায়ালত শ্যামকানু মহন্তৰ জামিনৰ ৰায়দানঃ বাক্সাৰ জে’লত মোতায়েন বৃহৎ নিৰাপত্তাৰক্ষীৰ দল

আজি সৰ্বোচ্চ ন্যায়ালত শ্যামকানু মহন্তৰ জামিনৰ ৰায়দানঃ বাক্সাৰ জে'লত মোতায়েন বৃহৎ নিৰাপত্তাৰক্ষীৰ দল

Popular