Breaking

Browsing Category

জীৱনশৈলী

জেবিআইচিক অসমৰ উদ্যোগীসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস

কুৰিহাৰা (তোশী) তোশিহিকো, জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অপাৰেচন (জেবিআইচি)ৰ মুখ্য প্ৰতিনিধি; মিৎচুই এণ্ড কোং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ কলকাতা শাখাৰ মুখ্য আঞ্চলিক বিষয়া, সঞ্চালক চুয়োশি হোণ্ডা আৰু জ্যেষ্ঠ অৰ্থনীতিবিদ (জেবিআইচি) ড০ বিনায়ক
Read More...

অৰুনোদয় আঁচনি আৰু চৰকাৰী গৃহৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী।

বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও একো সকাহ নোপোৱা এটি দুৰ্ভগীয়া পৰিয়াল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা নাৰায়ণপুৰ গাঁৱৰ এই অসহায় পৰিয়ালটি। উল্লেখ্য যে নাৰায়্ণপুৰ গাঁৱৰ বিধবা মহিলা মালেকা বেগমৰ কণিষ্ঠ পুত্ৰ ৰফিকুল আলী বিশেষভাবে
Read More...

চামধৰাত পহু উদ্ধাৰ কৰি আঘাত প্ৰাপ্ত পহুটোক বন বিভাগক চমজাই দিয়ে স্থানীয় ৰাইজে 

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত ধলাবিল চামধৰা পানী গাঁৱত কালি এটা প্ৰকাণ্ড পহু ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। জানিব পৰা মতে গাঁওখনৰ যুৱ প্ৰকৃতি প্ৰেমী বুবু শইকীয়া নামৰ যুৱক জনৰ ঘৰৰ পিছফালৰ বাৰিত পহুটোক প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক খৱৰ দিয়ে
Read More...

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ : পক্ষে আৰু বিপক্ষে বিভিন্ন দেশ ? সংকটত বাংলাদেশ

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ: দুয়োটা সংকটত বাংলাদেশৰ পক্ষে আৰু বিপক্ষে বিভিন্ন দেশ? ইউক্ৰেইন  আক্ৰমণৰ ফলত সমগ্ৰ পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ বিৰুদ্ধে
Read More...

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ। ইউক্ৰেনৰ ছামি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এমবিবি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়নৰ বাবে গৈছিল জাভেদ। কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত
Read More...

ভাৰত – বাংলাদেশ সীমান্তত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম

ভাৰত - বাংলাদেশ সীমান্তৰ  টিস্তাৰপাৰ ঘিউমাৰী চৰত ১৯  বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত  হয় ।ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ টিস্তাৰপাৰ ঘিউমাৰী চৰ বালাডোবাত ১৯  নং বেটলিয়ন  সীমান্ত সুৰক্ষা বাহিনীৰ এখন নাগৰিক
Read More...

শিৱসাগৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে ধন-সুৰা বিলোৱাৰ অভিযোগ অখিল গগৈৰ

১০ মে' ২০২২ ৰ ভিতৰত চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ দাবীত ৰাইজৰ দলৰ ধৰ্ণা কাৰ্যসূচী। আজিৰ ধৰ্ণাস্হলীৰ পৰা বহুতো মন্তব্য কৰে অখিল গগৈয়ে । শিৱসাগৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে ধন-সুৰা বিলোৱাৰ অভিযোগ । শিৱসাগৰ পৌৰসভা
Read More...

প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক

ছয়গাঁৱৰ বালাগাঁও চৰত চাঞ্চল্যকৰ ঘটনা৷ প্ৰেমিকে হত্যা কৰি বালিচৰত পুতি থলে প্ৰেমিকাক ৷২ মাৰ্চত নিৰুদ্দেশ হৈছিল বালাগাঁও চৰৰ আশ্ৰৱ আলীৰ নাবালিকা কন্যা সন্তান আছমিনা খাতুনে ৷ উক্ত নাবালিকাই প্ৰেমৰ জালত পৰিছিল একে গাঁৱৰে ৰহিজ দেৱানীৰ পুত্ৰ
Read More...

টংলাত পাৱাৰগ্ৰীড, ষ্টাৰলিংকৰ মৰণফান্দ! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ জধে-মধে স্থাপন

ওদালগুৰি জিলাৰ টংলাত নতুনকৈ স্থাপন কৰা পাৱাৰগ্ৰীড শক্তি বিতৰণ কেন্দ্ৰটোৰ পৰা ক্ৰমে টংলা, কলাইগাঁও,খৈৰাবাৰী, হৰিশিঙা আৰু পানেৰীলৈ নতুনকৈ স্থাপন কৰা ৩৩ কেভি বিদ্যুত সংবহন লাইনকেইটাৰ ফলত মানুহ তথা অন্যজীৱকুলৰ জীৱনলৈ ভাবুকি আনিব পৰা উচ্চতাৰে
Read More...

মুকালমুৱাত বন্ধন বেংকৰ শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা

বন্ধন শিক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ- ছাত্ৰীক পাঠ্যপুথিৰ জ্ঞান দিয়াৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। মুকালমুৱাতো
Read More...