দুৰ্ঘটনা

দুধনৈত নিশা ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় ৪টাকৈ ভাড়াঘৰৰ কোঠা…

দুধনৈত নিশা ভয়ংকৰ অগ্নিকাণ্ড। চহৰখনৰ মাজমজিয়াৰ চন্দন সাহা নামৰ লোকজনৰ বাসগৃহত লাগে জুই। জ্বলি ভস্মীভূত হয় সাহাৰ ৪টাকৈ ভাড়াঘৰৰ কোঠা। ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্ৰী।...

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু…

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন...

গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বনভোজৰ দল…

গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বনভোজৰ দল। আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী, আহত ৬গৰাকী...

ছিৰিয়াত বোমা বিস্ফোৰণত থিতাতে ৮জনৰ মৃত্যু…

ছিৰিয়াত বোমা বিস্ফোৰণ। আজাজ প্ৰদেশত সংঘটিত এই বোমা বিস্ফোৰণ। বিস্ফোৰণত থিতাতে ৮জনৰ মৃত্যু। তুৰ্কী সমৰ্থকে চহৰখন দখলৰ পাছতে এই বিস্ফোৰণ।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণৰক্ষা আৰছুৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা ডাম্পাৰ লৈ পলায়ন চালকৰ। ...

Popular