দুৰ্ঘটনা

বঙাইগাঁও চহৰৰ সমীপৰ চাহ বাগানৰ কুজিয়া নৈ সেতুত অঘটন ! ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্য…

বঙাইগাঁও চহৰৰ সমীপৰ চাহ বাগানৰ কুজিয়া নৈ সেতুত অঘটন। ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্য। নামনিমুৱা বাংগালুৰু এক্সপ্ৰেছৰ খুন্দাত মাতৃ-কন্যাসহ নিহত ৩গৰাকী। নিহত...

শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা !অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ…

শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা।অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ।গামানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অনুপ মিলি । চাইকেলেৰে বিদ্যালয়ৰ পৰা আহি থাকোতে পিছফালৰ পৰা...

নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন…

নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন।হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনা। তীব্ৰবেগী ইন'ভাখনৰ পাছফালৰ...

মহানগৰীৰ খানাপাৰাত নিশা ট্ৰেইলাৰে মহটিয়াই নিলে ৪খনকৈ বাহন…

মহানগৰীৰ খানাপাৰাত নিশা পথ দুৰ্ঘটনা। ট্ৰেইলাৰে মহটিয়াই নিলে ৪খনকৈ বাহন। কথমপি প্ৰাণ ৰক্ষা বাহনকেইখনৰ চালক, আৰোহীৰ। দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। ...

খানাপাৰাত নিশা বিধ্বংসী অগ্নিকাণ্ডত দপদপাই জ্বলি উঠিল এখন মালবাহী ট্ৰাক…

মহানগৰীৰ খানাপাৰাত নিশা বিধ্বংসী অগ্নিকাণ্ড। দপদপাই জ্বলি উঠিল এখন মালবাহী ট্ৰাক। যোৰাবাটৰ পৰা মহানগৰী অভিমুখে আহিছিল ট্ৰাকখন। যান্ত্ৰিক বিজুতিৰ ফলত ট্ৰাকখন জ্বলাৰ সন্দেহ। জুইত সম্পূৰ্ণৰূপে...

Popular