মৃত্যু

ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক। থিতাতে নিহত মামুদ জামান নামৰ স্কুলীয়া ছাত্ৰজন। গুৰুতৰভাৱে আহত ইক্রামূল হক, ইফতিকাৰ আহমেদ। আহত...

হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…

হাইলাকান্দিত ছোৱাইন ফ্লুৰ আতংকছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু ডেৰ বছৰীয়া ফাৰহানা খানমৰ মৃত্যুজিলাখনত হাইএলাৰ্ট জাৰি প্ৰশাসনৰ শিশুটিৰ দেহত ধৰা পৰিছে H1N1 আৰু H3N2...

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…

জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গেছভৰ্তি টেংকাৰ-আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আৰ্টিগা বাহনৰ চালকৰ মৃত্যু। মৃত চালকজন যোৰহাটৰ অভিজিৎ শইকীয়া। গুৰুতৰভাৱে আহত মহিলাসহ আন...

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যুওড়িশাত কৰুণ মৃত্যু সাৱটিলে নগাঁৱৰ দুই যুৱকেKGS নামৰ এটা ৰডৰ কোম্পানীত কৰ্মৰত অৱস্থাত মৃত্যু শ্রমিকদ্বয়ৰনিহত শ্রমিকদ্বয় দেবেন বাগলাৰী, বাবুল দাস নগাঁৱৰ...

চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…

চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ।নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ...

Popular