মৃত্যু

তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা ! আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক…

তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা। আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোক। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে, বিস্ফোৰণৰ পৰিসৰ ইমানেই...

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান…

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ।

শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা অভিষেক ঘোষালকাৰক গুলীয়াই হত্যা…

শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতাক গুলীয়াই হত্যা৷ উদ্ধৱ থাকৰে গোটৰ নেতা অভিষেক ঘোষালকাৰ নিহত৷ চিকিৎসালয়ত মৃত্যু ঘটে গুলীবিদ্ধ অভিষেক ঘোষালকাৰৰ৷ মুম্বাইৰ দহিচৰ অঞ্চলত সংঘটিত...

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ…

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা। বাইকত খুন্দা তীব্ৰবেগী বলেৰ' পিকআপ ভানৰ। দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ। দুৰ্ঘটনাৰ পাছতে পলায়ন বলেৰ' পিকআপ ভানৰ। চৰাইদেউৰ বাবে সম্পদ...

অভিনেতা ৰাজীৱ ৰাজনীশৰ মৃত্যু ! শোকৰ ছা পৰিছে অসমীয়া ছবিজগতত…

দূৰ্ঘটনাত পতিত হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল যদিও কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে যুৱ অভিনেতা ৰাজীৱ ৰাজনীশে প্ৰতিভাসম্পন্ন অভিনেতাগৰাকীৰ মৃত্যুত ইতিমধ্যে শোকৰ ছা...

Popular