আছাম ৰাইজিং( ইভেন্টে)

বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল

 অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে মংগলবাৰে বৰপেটা জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজ চৰজমিন পৰিদৰ্শন কৰাৰ উপৰিও আবেলি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত...

গুৱাহাটী আহি পালে বি আৰ অ’ৰ ৭৫ দিনীয়া মটৰ চাইকেল ৰেলী

দেশৰ স্বাধীনতাৰ ৭৫  সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা "আজাদি কা অ মৃত মহোৎসৱ" উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ...

বিহালীৰ শিক্ষাবিদ ত্ৰিলোক ভৰালীৰ পৰলোকপ্ৰাপ্তি

বিহালীৰ মাজগাওঁ নিবাসী শিক্ষাবিদ ত্ৰিলোক ভৰালীৰ (৮৯) আজি বিয়লি প্ৰায় ৩ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, শিক্ষাবিদ ত্ৰিলোক ভৰালীয়ে বিহালীৰ ডেকাপথাৰত...

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৭২৫৬ গৰাকীক ভেকচিন প্ৰদান

৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন  কেন্দ্রত মুঠ ৭০ গৰাকী হিতাধীকাৰীয়ে ক'ভিশ্ছিল ভেকচিন গ্ৰহণ কৰে ।ইয়াৰে প্রথম পালি ভেকচিন ৬গৰাকী আৰু...

আজি মাজুলীত উপস্থিত মৃণালিনী দেৱী

অসম সাহিত্য সভাৰ উপসভাপতি তথা আদৰ্শময়ী মাতৃ মৃণালিনী দেৱী বহুকেইটা কাৰ্যসূচী লৈ আজি পুৱা ১০বজাত মাজুলীত উপস্থিত হয় | তাৰেই অংশ হিচাপে দিনৰ ১১...

Popular