অসম

দুখীয়াক সহায় কৰাৰ বাবে সাজি উলিয়ালে মটৰ চাইকেল এম্বুলেঞ্চ, এজন মানৱদৰদী লোক

গজেন চন্দ্ৰ কলিতা, এজন মানৱদৰদী লোক। তেওঁৰ ঘৰ দক্ষিণ কামৰূপৰ ধাৰাপুৰৰ ধোপৰতলত। গজেন কলিতাৰ এক চমৎকাৰী উদ্ভাৱন। লোকজনে সাজি উলিয়াইছে এখন মটৰ চাইকেল...

AICCৰ ‌সভাপতি পদৰ নিৰ্বাচন;সাজু ৰাজীৱ ভৱন, ১০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনক লৈ সাজু প্ৰদেশ কংগ্ৰেছ। পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ সাব্যস্ত হ'ব ভোটাধিকাৰ। অসমত মুঠ ২৮৯ গৰাকী...

ধুবুৰীৰ চাপৰত সহস্ৰাধিক ক্ৰীড়াপ্ৰেমীৰ উষ্ম আদৰণিৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ধুবুৰীৰ চাপৰত ৰত্নপীঠ ক্ৰীড়া কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বৰ্গীয় জয়ন্ত সিংহ আৰু স্বৰ্গীয় তিসিমুদ্দিন আহমেদ সোঁৱৰণী আন্তঃগ্ৰাম ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন আয়োজিত হয়। বহলপুৰ...

‘হৰদিন, হৰঘৰ আয়ুৰ্বেদ’ অভিযানৰ অংশ হিচাপে বঙাইগাঁৱত আয়ুষ চিকিৎসক, অনুশীলনকাৰী, গৱেষক তথা স্থানীয় নাগৰিকৰ সৈতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে

যোগীঘোপাত নিৰ্মীয়মান মাল্টিম'ডেল লজিষ্টিক পাৰ্ক প্ৰকল্পই নদী পথেৰে আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক নৱজাগৰণৰ সৃষ্টি কৰিব: সোণোৱাল উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত সামুদ্ৰিক বাণিজ্য সম্পৰ্কীয়...

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে দেশৰ ৭৫খন জিলাত মুকলি কৰিলে ৭৫টা ডিজিটেল বেংকিং শাখা ।বঙাইগাঁৱৰ পৰা অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৭৫খন জিলাৰ ভিতৰত বঙাইগাঁও জিলাতো পঞ্জাৱ নেচনেল বেংকৰ এটা ডিজিটেল বেংকিং শাখা স্থাপন বঙাইগাঁৱৰ পৰা অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰদেশবাসীয়েএতিয়াডিজিটেলইণ্ডিয়াৰসামৰ্থ্যআৰুসফলতাৰসাক্ষীহৈছে: প্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদী প্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদীডাঙৰীয়াৰবলিষ্ঠনেতৃত্বতডিজিটেলইণ্ডিয়াৰদৰেদূৰদৰ্শীপদক্ষেপেদেশৰজনসাধাৰণৰজীৱনৰমানউন্নতআৰুগতিশীলকৰিতুলিছে: সৰ্বানন্দসোণোৱাল দেশৰ...

Popular