Breaking

Browsing Category

অসম

আজিৰে পৰা দাম বাঢ়িল সুৰাৰ! কোনবিধ সুৰাত কিমান দাম বাঢ়িল জানক…

আজিৰে পৰা দাম বাঢ়িল সুৰাৰ। ১৫০টকাৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি হ'ব সুৰাৰ মূল্য। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৫২ টকাকৈ।
Read More...

আজিৰে পৰা সলনি হ’ব এইবোৰ নিয়ম! কি কি নিয়ম সলনি হ’ব জানি লওক…

১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন বিত্তীয় বৰ্ষ । নতুন বিত্তীয় বৰ্ষৰ প্ৰথমটো দিন অৰ্থাৎ ১ এপ্ৰিলৰ পৰাই বিভিন্ন ক্ষেত্ৰত হ’ব কেইবাটাও পৰিৱৰ্তন । হয়, ১ এপ্ৰিল, ২০২৪-ৰ পৰা বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। ইয়াত ক্ৰেডিট কাৰ্ড, ইপিএফঅ'ৰ লগতে আঈন বহু
Read More...

মুকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা শিল্পী বঁটা…

গুৱাহাটীৰ শিল্পগ্রামত অনুষ্ঠিত এক অনুষ্ঠানত প্রতিভাসম্পন্ন যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্রৰ ২০২১-২০২২বর্ষৰ 'যুৱ প্রতিভা শিল্পী বঁটা' প্রদান কৰা হয়। অনুষ্ঠানত নাগালেণ্ডৰ ৰাজ্যপাল তথা
Read More...

গুৱাহাটীৰ চানমাৰিস্থিত পেন্সনাৰ ভৱনত অনুষ্ঠিত সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিৱেশন…

সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিৱেশন দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত পেন্সনাৰ ভৱনত অনুষ্ঠিত হয়। সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে। বস্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সদস্য যোগকান্ত পূজাৰীয়ে। সাধাৰণ সম্পাদক দীপক কুমাৰ
Read More...

বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন ! ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে শুভংকৰ প্ৰতীক, শীৰ্ষ…

কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী শুভংকৰ প্ৰতীক ৰূপে পুৰুষ শুভংকৰ প্ৰতীক ‘লুইত’ আৰু মহিলা শুভংকৰ প্ৰতীক
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত”কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসম”ৰ বাৰ্ষিক অধিৱেশন !…

সাহিত্য আৰু সংস্কৃতিৰ সমন্বিত চৰ্চাৰ মঞ্চ "কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ, অসম"ৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠানটো আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে
Read More...

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি, বৰষুণৰ পানীত বুৰিল চানমাৰি ৰাজপথ…

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি। গুৱাহাটী মহানগৰী, উজনি অসম আৰু নামনি অসম সকলোতে ধুমুহা, বৰষুণ।
Read More...

বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান…

বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান। গুৱাহাটীৰ KGMT হাস্পতালত শেষ নিশ্বাস ত্যাগ ভাষাবিদগৰাকীৰ।
Read More...

অসমৰ ১২বিধ সামগ্রীক প্রদান কৰা হ’ল GI TAG…

অসমৰ ১২বিধ সামগ্রীক প্রদান কৰা হ'ল GI TAG। এই ১২ বিধ সামগ্ৰী হ'ল- GI TAG প্রদান ঢোল, মিচিং তাঁত শিল্পলৈ। অসমৰ ১২বিধ সামগ্রীক প্রদান কৰা হ'ল GI TAG। GI TAG প্রদান সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ ।
Read More...

দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীত ইউথ এম্পাৱাৰমেন্ট ফৰাম’ৰ উদ্যোগত সোণতলী আৰক্ষীক স্মাৰক পত্ৰ…

আজি কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীত ইউথ এম্পাৱাৰমেন্ট ফৰাম'ৰ এক সজাতি দ'লে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিজুমনি বাংথাইৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বিগত দিনবোৰত সোণতলী- গৰৈমাৰী অঞ্চলত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য কৰি,
Read More...