Breaking

Browsing Category

অসম

দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীত ইউথ এম্পাৱাৰমেন্ট ফৰাম’ৰ উদ্যোগত সোণতলী আৰক্ষীক স্মাৰক পত্ৰ…

আজি কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীত ইউথ এম্পাৱাৰমেন্ট ফৰাম'ৰ এক সজাতি দ'লে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিজুমনি বাংথাইৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বিগত দিনবোৰত সোণতলী- গৰৈমাৰী অঞ্চলত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য কৰি,
Read More...

নৱম বৰ্ষ অতিক্ৰম কৰি দশম বৰ্ষত ভৰি দিলে ৰাজধানীত অৱস্থিত দিছপুৰ প্ৰেছ ক্লাবে

অসমৰ ৰাজধানীত অৱস্থিত দিছপুৰ প্ৰেছ ক্লাবে ২৯ মাৰ্চ ২০২৪ তাৰিখে নৱম বৰ্ষ অতিক্ৰম কৰি দশম বৰ্ষত ভৰি দিলে। প্ৰেছ ক্লাবৰ এই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতো দিছপুৰ লাষ্ট গেট স্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উদযাপন
Read More...

ড॰ নগেন শইকীয়ালৈ এছিয়াটিত ছ’চাইটীৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক…

সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্য অকাদেমি ফেল’ অধ্যাপক ড॰ নগেন শইকীয়াক কলকাতাৰ কাউন্সিল অৱ এছিয়াটিক ছ’চাইটীৰ তৰফৰ পৰা ২০২৩ চনৰ বাবে প্ৰফেছাৰ সুকুমাৰ সেন স্মাৰক সোণৰ পদক আগবঢ়াইছে৷
Read More...

ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত ভূটানৰ ৰজা

গোলকগঞ্জৰ ভাৰত বাংলদেশ সীমান্তৰ সোনাহাটত ভূটানৰ ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুক।অৰ্থনৈতিক আলোচনাৰ বাবে বাংলদেশ লৈ গৈছিল ভূটানৰ ৰজা গৰাকী। বাংলাদেশৰ কুৰিগ্ৰামৰপৰা আজি ১০০৯ নং গেটেৰে ভাৰতত প্ৰৱেশ কৰে তেখেতে। সীমান্তততে গোলকগঞ্জ
Read More...

নগাঁৱৰ কঢ়ালীগাঁৱৰ ‘ৰঙ্গালয়’ত ছয়খনকৈ নাট মঞ্চস্থ, ‘দ্য লেছন’-য়ে বিশেষ ভাবে…

নগাঁৱৰ কঢ়ালীগাঁৱৰ 'ৰঙ্গালয়'ত যোৱা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে 'নাট্যশিল্পী কবিতা বৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ- ২০২৪' অনুষ্ঠিত হৈ যায়। তিনিটা নিশাত ছয়খনকৈ ব্যতিক্ৰমী নাটকৰ মঞ্চায়নে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা ৰঙ্গালয়ৰ ধাৰাবাহিকতা এই
Read More...

কণ্ঠশিল্পী সীমন্ত শেখৰে শ্বেয়াৰ কৰিলে ৮ বছৰ পূৰ্বৰ জুবিন গাৰ্গৰ ফেচবুক পোষ্ট…

কণ্ঠশিল্পী সীমন্ত শেখৰে শ্বেয়াৰ কৰিলে ৮ বছৰ পূৰ্বৰ জুবিন গাৰ্গৰ ফেচবুক পোষ্ট।
Read More...

বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱজ্যোতি ডেকা অসুস্থ…

বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱজ্যোতি ডেকা অসুস্থ। বৰ্তমান নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন সাহিত্যিকগৰাকী।
Read More...

তিতাবৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু উদযাপন

ঠেঙাল কছাৰী জনগোষ্ঠীয়ে পালন কৰিলে তৰা ছিৰা বিহু। 'তৰা' সংগ্ৰহৰ বাবে ওলাই আহিল জনগোষ্ঠীটোৰ পুৰুষসকল। তৰা ছিৰা বিহু উদযাপনৰ পিছৰে পৰা ৰঙালী বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে জনগোষ্ঠীটোৰ লোকসকল৷তিতাবৰৰ মৰঢলী কছাৰী গাঁৱত পৰম্পৰা ৰক্ষা কৰি আজি
Read More...

ক’ত ২০ বিধ ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই !

আমগুৰিত আজি বিয়লি পৰত জালুক গাঁওস্থিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ পোনপ্ৰথমে নামঘৰত সেৱা লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে লোকসভাৰ সাংসদ পল্লৱ লোচন দাস আৰু মন্ত্ৰী
Read More...