Breaking

Browsing Category

অসম

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীৰ দেহাৱসান…

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামীদেৱৰ দেহাৱসান। সত্ৰাধিকাৰ গৰাকীৰ পৰলোক প্ৰাপ্তিত বটদ্ৰৱাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
Read More...

গোবিন্দ ডেকাৰ প্ৰবন্ধ সংকলন উন্মোচন ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ…

"অসমীয়া মানুহে বিবেকৰ পৰিবৰ্তে আৱেগেৰেহে চলে" - শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত নিবন্ধকাৰ গোবিন্দ ডেকাৰ গ্ৰন্থ 'প্ৰবন্ধ চয়ন ' উন্মোচন কৰি এই মন্তব্য কৰে প্ৰথিতযশা পণ্ডিত- সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাই।
Read More...

কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ভগ্ন খৰ্গৰে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰঃ পাৰস্পৰিক যুঁজত গঁড়টোৰ মৃত্যু…

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাৰ বুঢ়াপাহাৰ বনাঞ্চলত আজি পুৱা এটা খৰ্গ বিহীন মৃত গঁড় উদ্ধাৰ হয় ৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ
Read More...

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেনৰ শুভাৰম্ভ, স্মৃতিগ্ৰন্থ ‘মিৰচেকচ’…

পাদপ্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহু কেইগৰাকী কাব্য মনিষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি
Read More...

পুৰণিগুদামত ঝুমুৰা “পিম্পৰা গুচোৱা” আৰু অংকীয়া ভাওনা “ৰাম বিজয়”ৰ সফল মঞ্চায়ন…

অত্যাধুনিক যুগতো যে উঠি অহা নৱ প্ৰজন্মই অংকীয়া ভাওনাৰ সফল দৰ্শনী উপভোগ কৰি মন্ত্ৰমুগ্ধ হ’ব পাৰে; তাৰ পূৰ্ণ আভাস নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত যোৱা ২০ মাৰ্চত দেখিবলৈ পোৱা গ’ল৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন “অবিনশ্বৰ
Read More...

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত ড° বুলজিৎ বুঢ়াগোহাঁই…

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানটো ২৩ মাৰ্চত অনুষ্ঠিত হয় আৰু বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ
Read More...

অগণতান্ত্ৰিক! নিৰ্বাচন আয়োগৰ কাষ চাপিব ইণ্ডিয়া মিত্ৰজোঁট…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি ইডিয়ে গ্ৰেপ্তাৰৰ কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্নজনে। অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই আহিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । মমতাই এক্সত লিখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাসমূহ জনসাধাৰণৰ
Read More...

আজি এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ লাইট…

এঘণ্টাৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ। পৃথিৱীৰ বাবে এঘণ্টা সময়ৰ বাবে বন্ধ ৰাখক আপোনাৰ ঘৰৰ বিদ্যুৎ। সকলো গ্ৰাহক, ৰাইজলৈ APDCLৰ বিশেষ আহ্বান। ধৰিত্ৰী ঘণ্টা উপলক্ষে এই বিশেষ পদক্ষেপ।
Read More...

কলিয়াবৰ হাজাৰী ভাওনা উৎসৱ – ২০২৪, দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ প্ৰাণ পালে; কলিয়াবৰ হাজাৰী…

ছ-অৰা সূত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক জীৱনত অতীজৰে পৰা ভাওনা সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কেৱল গুৰুদুজনাৰে নহয় পৰৱৰ্তী সময়ৰ আতাপুৰুষসকলৰ আৰু কলিয়াবৰৰ সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰসকলৰ দ্বাৰা প্ৰণীত নাটসমূহ
Read More...

কটন বিশ্ব বিদ্যালয়ৰ পৰিৱেশ জীৱ বিজ্ঞান আৰু বন্যপ্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত বিশ্ব জল দিৱস…

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰু বামুনখাটস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত
Read More...