অসম

ভাৰতবর্ষৰ ৰাইজক নিষ্ঠাৰে সেৱা কৰাই মোৰ প্রধান দায়িত্ব: প্রধানমন্ত্রী মোদীক ধন্যবাদ সোণোৱালৰ

অসমৰ লগতে ভাৰতবর্ষৰ ৰাইজৰ নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাটো মোৰ প্রধান দায়িত্ব আৰু কর্তব্য হ’ব৷ –বুধবাৰে সন্ধিয়া ৰাষ্ট্রপতি ভৱনত কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পাছত...

কাৰ্বি আংলং জিলাৰ খটখটিত ব্ৰাউন চুগাৰসহ তিনিজনক আটক।

বোকাজান আৰক্ষী চকীৰ অধীনত আৰক্ষীয়ে নিষিদ্ধ যুক্ত ব্ৰাউন চুগাৰ সহ তিনিজনক লোকক আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা ব্যক্তি কেইজন হৈছে ক্ৰমে-১) মুহিবোৰ ৰহমান (23)২)...

কেন্দ্ৰীয় মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগীয়াসকল

শ্ৰী নাৰায়ণ টাটু ৰামেশ্ৰী সৰ্বানন্দ সোনোৱালড° বিৰেন্দ্ৰ কুমাৰশ্ৰী জ্যোতিৰাদিত্য ম সিন্ধিয়াশ্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিংশ্ৰী অশ্বনী বৈষ্ণৱশ্ৰী প্ৰসো প্ৰতি কুমাৰ পৰশশ্ৰী কিৰণ ৰিজিজুশ্ৰী ৰাজ...

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ ৬ অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত...

মাইক্ৰ’ ফাইনেঞ্চে মানসিক বিকাৰগ্ৰস্ত কৰা জানমনিৰ কাহিনী : বাস কৰে গোহালী সদৃশ ঘৰত, নাই কোনো জনপ্ৰতিনিধিৰ সহাৰি

নৱম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কন্যা আৰু পুত্ৰ, সুন্দৰ পত্নীৰে ৰঙৰ কাম কৰা প্ৰমোদ বৰদলৈৰ সংসাৰখন সুখৰ আছিল ৷ কিন্তু মাইক্ৰ' ফাইনেঞ্চে সৰ্বহাৰা...

Popular