অসম

দুমুনীচকীৰ ঈদগাহ ময়দান আৰু মছজিদ সমূহত দেখা গল এক নিমাও মাও পৰিবেশ

আজি পবিত্ৰ ঈদ-উল-আজহা।  ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল...

বৰছলাৰ তেলীয়াগাৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা-খহনীয়া৷খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাৱঁত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছে৷বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ...

শাওনৰ পথাৰৰ নাঙলৰ শিৰলুত সপোন ৰচাত ব্যস্ত মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী

যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী...

বিশ্বনাথ জিলাত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলা খনত ৮০% লোকে  ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে। জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গো সংৰক্ষণৰ বাবে কঠোৰ ব্যৱস্থা

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাজেৰে অবৈধভাৱে গৰুৰ সৰবৰাহ বন্ধ কৰাৰ লগতে বিধান সভাত গো সংৰক্ষণ বিধেয়ক উত্থাপন কৰাক লৈ চুবুৰীয়া  ৰাজ্য...

Popular