অসম

টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱা মৃত্যু ৷

বৃহত্বৰ টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱাৰ ৮০ বছৰ বয়সত যোৱা ৩ মে'ত গুৱাহাটীত মৃত্যু হয় ৷ ডিগবৈ...

আইমী বৰুৱা নির্মিত ডিমাচা ছবিলৈ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান

ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই নির্মাণ কৰা ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখনে৷ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনে...

ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড-১৯ টিকাকৰণ।

প্ৰতিদিনে এশ ব্যক্তিক টিকাকৰণ প্ৰদান ধুলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। দৰং জিলাৰ ধূলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত বৰ্ষৰ পৰা বৰ্তমান সময়লৈ ক'ভিড টিকাকৰণ চলি আছে। নিৰ্ধাৰিত...

বাঘমাৰাত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম, ঠিকাদাৰ ফয়জল হকৰ বিৰুদ্ধে প্ৰতিবাদ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাৰৰ চৰাঞ্চলত প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ প্ৰায়বোৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।...

সুলভ মূল্যৰ দোকানত দুস্কৃতিকাৰিৰ অগ্নি সংযোগ।প্ৰশাসনক অতিশীঘ্ৰে দুস্কৃতিকাৰিক গেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ

ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতিগড় চাহ বাগিচাত  অসম চৰকাৰৰ অধীনত থকা চাহমজদুৰ সমবাই সমিতি লিমিটেড ৰ বিতাৰক পুস্পা দিগাল স্নামী মৃত চলমন...

Popular