অসম

অসমত পুনৰ মিত্ৰজোটৰ চৰকাৰ হব : অতুল বৰা

৫৬ নং কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি একপ্ৰকাৰ বিধায়ক সত্যব্ৰত কলিতাৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ঘোষণা কৰিলে অসমত ভাৰতীয়...

কংগ্ৰেছৰ শাসনকালত উন্নয়ন আধাৰশিলাতে আৱদ্ধ আছিল : ৰূপক শৰ্মা

নগাঁৱত পুণৰ পাঁচ শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদাননগাঁৱত কেইবাটাও উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ বিগত কিছুদিন ধৰি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছকে ধৰি আন দলৰ পৰা বিজেপিত...

অসম জাতীয় পৰিষদৰ মাজুলী জিলা গঠনৰ প্ৰস্তুতি

উজনি-মাজুলীঃ মাজুলী বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্ত্তা সকলে দলটোক শক্তিশালি কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ কাষচপা দেখা গৈছে ৷  আজি দলটোৰ গড়মূৰৰ অস্থায়ী কাৰ্যালয়ত...

‘ৰূপান্তৰ’ৰ বঁটা ঘোষণা

২০১১ চনত প্ৰতিষ্ঠা লাভ কৰা সমাজ - সাহিত্য - সাংস্কৃতিক মঞ্চ "ৰূপান্তৰ"ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপান্তৰ বঁটা প্ৰদান  অনুষ্ঠানৰ প্ৰস্তুতি চলিছে ।...

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণৰ গুৱাহাটী কাৰ্য্যালয় মুকলি

গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশব ধামত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰমুখ্যে আন আন সম ভাবাপন্ন ভাতৃ সংগঠনৰ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণ নিধি সমৰ্পণ অভিযান...

Popular