অসম

সংগীত শিল্পী, সাংস্কৃতিক কৰ্মী, সুৰকাৰ মাধুৰ্য্য বুঢ়াগোহাঁইক ধেমাজিবাসীৰ শেষ শ্ৰদ্ধাঞ্জলি

সংগীত শিল্পী,সাংস্কৃতিক কৰ্মী,সুৰকাৰ মাধুৰ্য্য বুঢ়াগোহাঁইক ধেমাজিবাসীৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নব্বৈ দশকত অসমৰ সংগীত জগত খনত খলকনি সৃষ্টি কৰা এগৰাকী তেজোদ্দীপ্ত যুৱক ধেমাজিৰ বঙালীমাৰী গাৱৰ সন্তান মাধুৰ্য্য গোহাঁই ৷

ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ

ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুগৰাকী অসম কন্যাৰ। উমা চেত্ৰী আৰু জিণ্টীমণি কলিতাৰ স্থান লাভ।

বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক

বীৰ লাচিত সেনা অসম শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু ।

জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত

আদালতত হাজিৰ হ'ব লাগিব সৃজনী ভাস্ব মহন্ত। জুবিনৰ মৃত্যুৰ পাছত খড়াক শ্যামকানু মহন্তৰ বিৰুদ্ধে মন্তব্য কৰিছিল সৃজনীয়ে।

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

Popular