অসম

ঊষা মংগেশকাৰলৈ ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা

২৯নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব।

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰত যোগ কাৰ্যসূচীৰ আয়োজন

সোণাপুৰৰ মাৰ্গদৰ্শনত বাহিনী মুখ্য কাৰ্যালয় চৌহদত এটি যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত বাহিনীৰ মুঠ ১২৫ গৰাকী জোৱানে উৎসাহেৰে অংশগ্ৰহণ কৰে।

DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পত্নী মিঠু ৰাভাই

DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পত্নী মিঠু ৰাভাই। ঘটনাৰ প্ৰকৃত তদন্তৰ দাবী ARSUৰ কামৰূপ জিলা সমিতিৰ।

অসমৰ ক্ৰিকেট জগতৰ বাবে আন এক গৌৰৱময় ক্ষণঃ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত স্থান লাভ জিন্টীমণিৰ। ৰেণুকা সিং ঠাকুৰৰ স্থানত অন্তৰ্ভুক্ত অসম কন্যা জিণ্টীমণি কলিতা।

দুৰ্গাপূজাৰ সময়ছোৱাত গুৱাহাটীত এইবাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা

১৬ৰ পৰা ২১ অক্টোবৰলৈকে GMCHত ভর্তি ১১৪ গৰাকী।ইয়াৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৯ জনৰ।বিগত বৰ্ষতকৈ ১৫ শতাংশ হ্রাস পাইছে দুৰ্ঘটনাৰ সংখ্যা।

Popular