Breaking

Browsing Category

অসম

২৮ নং গোসাইগাঁও সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰৰ নাম ঘোষনা

.বহু জল্পনা কল্পনাৰ অন্তত আজি ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ দলে এ আই ইউ ডি এফ দলৰ গোসাইগাঁও জিলাৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ইউ ডি এফৰ নেতা খাইৰুল আনাম খন্দকাৰক  ইউ
Read More...

কাঁহিকুছিত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ বুজ ললে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি )  অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে  ২৫ দিনীয়া এক
Read More...

আজি শুভ মহালয়া, লোকে লোকাৰণ্য হৈ পৰিল ধুবুৰীৰ ৰাজপথ।

আজি শুভ মহালয়া। ইয়াৰ লগে লগেই ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। আজিৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিব সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ। আজি পৱিত্ৰ মহালয়া। দেৱী
Read More...

বিহালী উন্নয়ন খণ্ডৰ নবনিৰ্মিত কাৰ্য্যালয় ভৱন শুভ উদ্ধোধন বিধায়ক ৰঞ্জিত দত্তৰ

বিহালী আঞ্চলিক পঞ্চায়ত উন্নয়ন পুঁজি আঁচনিৰ অধীনত নিৰ্মাণ হোৱা বিহালী খণ্ড উন্নয়নৰ  নৱনিৰ্মিত  ভৱনটি বুধবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই শুভ উদ্বোধন কৰে।উদ্বোধন সময়ত  উপস্থিত থাকে   খণ্ড উন্নয়ন বিষয়া দেৱাশীষ গোস্বামী,আঞ্চলিক
Read More...

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ'ল এক জঘণ্য কাণ্ড ৷ পাষান পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ অসম অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানা এলেকাৰ নগাহাট ডাবলু হাবি গাওঁত সংঘটিত হৈছে এই জঘণ্য কাণ্ড । পাষাণ পিতৃ চিমন ধনি (৫৮) য়ে নিজা
Read More...

হাতীধূৰা ব্লক কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুক সম্বৰ্ধনা

সুদীৰ্ঘ ৪৫ বছৰ কংগ্ৰেছৰ দখলত থকা ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টি পুনৰ উদ্ধাৰ এইবাৰ হবই ৷বিগত নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থী গোসাইগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল ৷সেই অনুপাতে গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰে জয় হব ৷এইদৰে
Read More...

“শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা” শীৰ্ষক গ্ৰন্থৰ বাৱে জামুগুৰিহাটৰ লেখক নিলোৎপল বৰুৱালৈ “সাহিত্য…

গুৱাহাটীৰ সাহিত্যানুষ্ঠান "সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে প্ৰতি বছৰে একোজন প্ৰতিভাবান যুৱ লেখকক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত উদগণি যোগোৱাৰ বাবে "সাহিত্য বঁটা" প্ৰদান কৰি আহিছে ৷ সেই অনুসৰি সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে বিগত ২০১৯ বৰ্ষৰ
Read More...

ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰখ্যাত শিল্পী হৰেন দাসলৈ “লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা”

ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ প্ৰখ্যাত অভিনেতা, গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী তথা গোকুল পাঠকৰ বৈঠকীৰ সংগী বিজনী নিবাসী হৰেন দাসলৈ আগবঢ়োৱা হৈছে ২০২১বৰ্ষৰ "লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা"। এই কথা জানিবলৈ দিছে গোকুল পাঠক স্মৃতি সুৰক্ষা
Read More...

মিজোৰামত আত্মঘাতি বোমাৰু স্বামী

মিজোৰামত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। মিজোৰামৰ লুংলেই জিলাত সংঘটিত এক আত্মঘাতি বোমা আক্ৰমণত এজন ৬২ বছৰীয়া ব্যক্তিয়ে তেওঁৰ প্ৰাক্তন পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো মঙলবাৰে লুংলেই জিলাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ (লুংলেই জিলা
Read More...

বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা বিশেষভাৱে সক্ষম লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্ম জয়ন্তীৰ পালন কৰাৰ পিছত ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ২‍১ দিনীয়াকৈ এক সেৱা আৰু সমৰ্পণৰ কায্যসূচী হাতত লৈছে। এইকাৰ্যসূচীৰ অংশ হিচাপে কালি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটি
Read More...