Breaking

Browsing Category

অসম

লেখাপানীত দুই উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল ‘এডভেন্সাৰ চাফাৰী ৰিজৰ্ট’

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰত পৰ্য্যটনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মুকলি কৰা হয়  অফ ৰোড এডভেন্সাৰ চাফাৰী ৰিজৰ্ট । পাহাৰপুৰৰ দুজন উদ্যমী যুৱক ক্ৰমে সোতই চেমা আৰু অবিকা চেমাই অঞ্চলটোৰ প্ৰতি পৰ্য্যটক সকলক আকৰ্ষিত
Read More...

জাগুনত এন এছ চি এন(আই এম)ৰ সদস্য আটক

জাগুনত মঙ্গল বাৰে সেনাবাহিনীৰ দ্বাৰা আটক কৰা হয় এজন এন, এছ, চি, এন(আই, এম)ৰ দুৰ্ধৰ্ষ কেডাৰ। জাগুনস্থিত সেনাছাউনিৰ এটা দলে অভিযান চলাই আটক কৰে কেডাৰ জনক। মঙ্গল বাৰে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ পৰা এন,
Read More...

শিমলীতোলাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

পুৰোহিতৰ মন্ত্ৰোচাৰণ তথা ধাক ঢোলৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ তেনে সময়তে সংকীৰ্ণতা কিম্বা বিভেদৰ বিৰুদ্ধে  সমন্বয় আৰু ভাতৃত্ববোধৰ এক অনুকৰণীয় ছবি প্ৰস্ফুটিত হৈছে শিমলীতোলা দুৰ্গাপূজা থলীত। পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলত
Read More...

ধুবুৰীৰ দত্তবাৰীৰ ১৬১বছৰৰ পূজা

ধুবুৰীৰ দত্তবাৰীৰ দূৰ্গাপূজা এইবেলি ১৬১ বছৰত ভৰি দিব৷ পূজাখন আৰম্ভ হৈছিল ১৮৬১ চনত৷ পৰিয়ালটোৰ তৃতীয় পুৰুষ প্ৰয়াত ৰাজমোহন দত্তৰ পত্নী ৺ৰাশমনি দত্তৰ উদ্যোগত আৰম্ভ হৈছিল এই পাৰিবাৰিক দূৰ্গা পূজাখন৷ প্ৰথমাৱস্থাত পূজাখনত বলি প্ৰথা আছিল যদিও
Read More...

শৃংখলিত যুৱ সমাজেহে শৃংখলিত সমাজ গঢ়ি তুলিব পাৰে: দেৱজিৎ বৰা

অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ অসমৰ মাজুলী জিলা সমিতি গঠনৰ উদ্দেশ্যে আজি শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সংস্কৃত টোলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় | দিনৰ ১১ বাজি ৩০ মিনিটৰ পৰা সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি
Read More...

ঐতিহ্যমণ্ডিত মহামায়া মন্দিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পোন প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্গাপূজা উপভোগ কৰিবলৈ উপস্হিত হ'ল কোকৰাঝাৰ জিলাৰ লগতে নামনি অসমৰ ধুবুৰী জিলা লৈ।  আজি দিনৰ ১-৪৫ মান বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  পাণবাৰীস্থ বিএছএফ কেম্পৰ হেলিপেডত হেলিকপ্টাৰেৰে
Read More...

ধুবুৰীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া ধুবুৰী মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে উপস্থিত হয় । পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী আৱৰ্ত ভবনত উপস্থিত হয় । দুৰ্গা পূজাৰ সময়ত দুদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী গৰাকীয়ে
Read More...

নবেল বঁটা বিজয়ীয়ে ভাৰতত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰ শক্তিশালী কৰাৰ সূত্ৰ প্ৰকাশ কৰিছে

নবেল বঁটা বিজয়ীয়ে ভাৰতত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰ শক্তিশালী কৰাৰ সূত্ৰ প্ৰকাশ কৰিছে । মুম্বাই নবেল বঁটা বিজয়ী আৰু গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাপক মহম্মদ ইউনুছে মঙলবাৰে বেংকৰ সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ ওচৰলৈ যোৱাত আৰু সামাজিক কোম্পানী
Read More...

দুৰ্গা পূজাৰ মাজতেই বৰপথাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু ।

ড্ৰাগছৰ ঘাটিলৈ এতিয়া পৰিণত হৈছে গোলাঘাট জিলাৰ সমগ্ৰ বৰপথাৰ অঞ্চল। বৰপথাৰ আৰক্ষীৰ নিলিপ্ত ভূমিকাৰ বাবেই নিতৌ অঞ্চলটোতে বৃদ্ধি পাইছে নিষিদ্ধ আৰু মাৰাত্মক ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা । ঘটনাৰ বিৱৰণী অনুসৰি বৰপথাৰ নগৰৰ গেলাবিল তিনি আলিৰ কিছু
Read More...

চাপৰত মানসিক বিকাৰগ্ৰস্ত ৰোগৰ লক্ষণ থকা যুৱক নিৰুদ্দেশ

চাপৰত মানসিক বিকাৰগ্ৰস্ত ৰোগৰ লক্ষণ থকা যুবক নিৰুদ্দেশ ,চিন্তিত পৰিয়ালে সুখবৰৰ আশাত ৰাইজলৈ কাতৰ আহ্বান । ২০বছৰীয়া ৰহমত আলী নামৰ যুবক নিৰুদ্দেশ । উক্ত যুবক জন ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী ২য় খন্ড কলবাৰী ৰ বাসিন্দা আছিল যুবক
Read More...