Breaking

Browsing Category

অসম

অসমত শীঘ্ৰেই উপলব্ধ হ’ব পাৰে সুৰাৰ হোম ডেলিভাৰী সেৱা

নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা৷ বুধবাৰে প্ৰকাশ পাব পাৰে নতুন SOP প্ৰথমে গুৱাহাটীত আৰু তাৰ পাছত ৰাজ্যজুৰি উপলব্ধ হ'ব পাৰে এই সেৱা৷ সুৰাৰ বিপণী তথা চুলাই মদৰ ঘাটিত ভিৰ কমাবলৈ এই সিদ্ধান্ত ল'ব পাৰে অসম চৰকাৰে৷ ইয়াৰ বাবে
Read More...

নাজিৰা পঞ্চায়তত লুণ্ঠনৰাজ : নাজিৰা ব্লক কংগ্ৰেছে সম্বোধন কৰিলে সংবাদ মেল : প্ৰতিজন দুৰ্নীতিকাৰীক…

যোৱা ১১ জুলাইত নাজিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এটি পথ-প্ৰকল্পৰ কৰ্মৰত ঠিকাদাৰৰ পৰা কমিচন বিচৰাৰ ভি ডি অ' ভাইৰেল হোৱাৰ লগতে বি জে পিৰ ৰাজ্যিক  যুৱ  মৰ্চাৰ সম্পাদক তথা বিগত সাধাৰণ নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী  ময়ুৰ
Read More...

ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম

ৰাজ্যৰ ৭ খন জিলাৰ জনসাধাৰণে নাপাব সকাহ! বাকী জিলাসমূহত প্ৰযোজ্য হ’ব নতুন নিয়ম ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ৰাজ্যত যোৱা ৫ মে’ৰ পৰা প্ৰযোজ্য হৈ থকা নীতি-নিয়মত ৰাজ্যৰ জনসাধাৰণে পুনৰ কিছু শিথিলতা লাভৰ সম্ভাৱনা আছে। যোৱা শনিবাৰে ৰাজ্যৰ
Read More...

ৰঙিয়াত ভূল চিকিৎসাৰ বলি হৈ সন্তানক হেৰুৱাবলগীয়া হোৱাৰ দৰে গুৰুতৰ অভিযোগ

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ গৌৰাঙ্গ মেধীৰ বিৰুদ্ধে ভূল চিকিৎসা কৰাৰ দৰে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে ৰঙিয়াৰ নিকটৱৰ্তী হেমদোল গাৱৰ হাইনাশ্ৰী কলিতা নামৰ প্ৰসুতিগৰাকী পূৰ্বৰে পৰা ডাঃ মেধীৰ
Read More...

কাজিৰঙাত গঁড় হত্যা কৰা চিকাৰী উগ্ৰপন্থী গ্ৰেপ্তাৰ মনিপুৰত

মনিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এচ চি এন (আই এম) আৰু নৱ গঠিত জেমী ৰিভলোচনেৰী আৰ্মী চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে ৷ গোলাঘাট আৰু মনিপুৰ আৰক্ষীৰ
Read More...

আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাৰ ৬তম্ মৃত্যু বাৰ্ষিকী

 আজি ১৩ জুলাই। আজিৰ দিনটোতে ইহ:লীলা ত্যাগ কৰিছিল সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাতীয় পিতা স্বৰূপ জাষ্টিন লাক্ৰা। আজি তেখেতৰ ৬তম্ মৃত্যু বাৰ্ষিকী। সমগ্র ৰাজ্যৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিয়ে
Read More...

টিংখাঙত বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া অব্যাহত

ৰাজ্যখনত কেইবাখনো জিলাত বানপানী আৰু খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে।প্ৰতিবছৰে হোৱাৰ দৰে চলিত বৰ্ষত বানপানী আৰু খহনীয়াৰ বাবে বহুলোক সৰ্বস্বান্ত হ'ৱ লগা হৈছে।খেতি মাটিৰ লগতে ঘৰ দুৱাৰ পৰ্যন্ত বানপানী আৰু খহনীয়াত জাহ যোৱাত পৰিয়ালসমূহৰ মাজত
Read More...

বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কর্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে  আদানী গ্রুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমান বন্দৰৰ ৰানৱেত কাম কৰি অহা
Read More...

ছিপাঝাৰৰ খলিহৈত মদৰ ঘাটি উচ্ছেদ আৰক্ষীৰ

ছিপাঝাৰৰ খলিহৈত যোৱা নিশা এক অভিযান চলাই ছিপাঝাৰ আৰক্ষী থানাৰ এটা দলে সমুলঞ্চে উচ্ছেদ কৰে এটা মদৰ ঘাটি । ছিপাঝাৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে খলিহৈৰ কুৱৰীগাঁৱত দীৰ্ঘদিন ধৰি চুলাই
Read More...

অনথাই বাৰীত আৰক্ষীৰ গুলীত নিহত NLFBৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী

অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অতি দুৰ্গম এলেকা অনথাইবাৰীত আৰক্ষীৰ গুলীত নিহত হৈছে এজন এন এল এফ বি(NLFB) সদস্য। নিহত সদস্য জন ওদালগুৰি জিলাৰ  ১ নং গৰাইবাৰীৰ দাউদ নাৰ্জাৰী পুএ জিপ্ৰিয়ুছ নাৰ্জাৰী (৩০) বুলি জানিব পৰা
Read More...