Breaking

Browsing Category

অসম

আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাৰ ৬তম্ মৃত্যু বাৰ্ষিকী

 আজি ১৩ জুলাই। আজিৰ দিনটোতে ইহ:লীলা ত্যাগ কৰিছিল সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাতীয় পিতা স্বৰূপ জাষ্টিন লাক্ৰা। আজি তেখেতৰ ৬তম্ মৃত্যু বাৰ্ষিকী। সমগ্র ৰাজ্যৰ লগতে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ধুবুৰী জিলা সমিতিয়ে
Read More...

টিংখাঙত বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া অব্যাহত

ৰাজ্যখনত কেইবাখনো জিলাত বানপানী আৰু খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে।প্ৰতিবছৰে হোৱাৰ দৰে চলিত বৰ্ষত বানপানী আৰু খহনীয়াৰ বাবে বহুলোক সৰ্বস্বান্ত হ'ৱ লগা হৈছে।খেতি মাটিৰ লগতে ঘৰ দুৱাৰ পৰ্যন্ত বানপানী আৰু খহনীয়াত জাহ যোৱাত পৰিয়ালসমূহৰ মাজত
Read More...

বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কর্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে  আদানী গ্রুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমান বন্দৰৰ ৰানৱেত কাম কৰি অহা
Read More...

ছিপাঝাৰৰ খলিহৈত মদৰ ঘাটি উচ্ছেদ আৰক্ষীৰ

ছিপাঝাৰৰ খলিহৈত যোৱা নিশা এক অভিযান চলাই ছিপাঝাৰ আৰক্ষী থানাৰ এটা দলে সমুলঞ্চে উচ্ছেদ কৰে এটা মদৰ ঘাটি । ছিপাঝাৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে খলিহৈৰ কুৱৰীগাঁৱত দীৰ্ঘদিন ধৰি চুলাই
Read More...

অনথাই বাৰীত আৰক্ষীৰ গুলীত নিহত NLFBৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী

অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অতি দুৰ্গম এলেকা অনথাইবাৰীত আৰক্ষীৰ গুলীত নিহত হৈছে এজন এন এল এফ বি(NLFB) সদস্য। নিহত সদস্য জন ওদালগুৰি জিলাৰ  ১ নং গৰাইবাৰীৰ দাউদ নাৰ্জাৰী পুএ জিপ্ৰিয়ুছ নাৰ্জাৰী (৩০) বুলি জানিব পৰা
Read More...

যোৰহাটত সামাজিক সংস্থা ‘একাঁজলী সহায়’ৰ মানৱদৰদী পদক্ষেপ

সম্প্ৰতি ক'ৰণা মহামাৰীয়ে  ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে ।জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈছে । খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি গৃহহীন,শাৰীৰিক ভাৱে অক্ষম লোক সকলো এসাঁজ খাদ্যৰ কাৰণে  জীয়াতু ভূগিবলগীয়া হৈছে । যিহেতু তেওঁলোকৰ খোৱা বোৱা
Read More...

বিশ্বনাথ প্ৰশাসনৰ কঠোৰ পদক্ষেপ: ভিন্ন প্ৰান্তত চক্ৰ বিষয়াৰ অভিযান

বিশ্বনাথত ক'ভিড-১৯ ৰ অতিমাৰী সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে লকডাউন তৃতীয় সপ্তাহলৈ বৃদ্ধি কৰে। ৰাজ্য চৰকাৰে জিলাখনৰ ক'ভিড পৰিস্থিতি ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি জিলাখনৰ প্ৰশাসনক কঠোৰ হবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশ
Read More...

মাজবাটত অমৃত মহোৎসৱ আঁচনিৰ জৰিয়তে বৃক্ষ ৰোপন

ওদালগুৰি জিলাৰ মাজবাটৰ বৈগাপাৰা ফূলুগুৰি পথত অমৃত মহোৎসৱ আচঁনি জৰিয়তে প্রায় দুই কিলোমিটাৰ পথচোৱাৰ দুয়ো কাখে গছ পুলি ৰোপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ১২জুলাইত দিনৰ ১২:০০ মান বজাত ফিটা কাটি কাৰ্যসূচী শুভাৰম্ভ কৰে
Read More...

জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বলাকুছি গাওঁবাসীৰ হৈ আজি নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে নলবাৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  । স্মাৰক পত্ৰ খনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক প্ৰকাশ কৰে যে, যোৱা ২০১১ চনত ৩১ নং
Read More...

কুসুমটোলাত যুৱ ব্যৱসায়ীৰ মৃত্যু

জামুগুৰিহাটৰ কুসুমটোলাৰ যুৱ ব্যৱসায়ী নিৰ্মল মিশ্ৰৰ আজি  উচ্চ ৰক্তপাত জনিত কাৰণত মৃত্যু হয়।পুৱা প্ৰায় ৯ মান বজাত  নিজ গৃহত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা যুৱ ব্যৱসায়ী গৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে উত্তৰ জামুগুৰি চিকিংসালয়ত ভৰ্তি কৰাই
Read More...