Breaking

Browsing Category

অসম

মৰিগাঁওৰ সাংস্কৃতিক দিশত আগবঢ়া এটি পৰিয়াল নাই কোনো আনুস্থানিক শিক্ষা

মৰিগাঁও নাওকাটা গাৱৰ এজন ব্যক্তি নাম পৱন বৰা ।এসময়ৰত অনাতাৰ কেন্দ্র পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত গীত পৰিৱেশন কৰি ক্ষ্যাতি অর্জন তথা অনাতাঁৰ কেন্দ্ৰৰ যুৱবানী অনুষ্ঠানত কেইবাবাৰু অশংগ্ৰহন কৰা এগৰাকী শিল্পী তেওঁ কন্ঠত
Read More...

চাকৰিৰ বিজ্ঞাপনক লৈ ‘অইল’ক পৰেশ বৰুৱাৰ সকীয়নি

ৰাজ্যৰ সকলো যোগ্য প্রার্থীৰ বাবে মুকলি কৰক নিযুক্তি প্রক্রিয়া তৈল প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি প্রক্রিয়া ৰাজ্যৰ থলগিৰি সকলো প্রার্থীৰ বাবে মুকলি ৰাখিবলৈ সকীয়াই দিছে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ শেহতীয়াকৈ অইলে
Read More...

অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ডুবিল চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল

যোৱা নিশা চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ঘঘৰা নদীয়েদি নামি অহা পানীৰ ধলে ডুবাই ৰাখিছে চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল৷ পুৱাৰ ভাগত অহা প্ৰবল বানে মুক্তিয়াৰ পঞ্চায়তৰ মহাৰাণীপুৰ, ২ নং কমলপুৰ, ১ নং কাকোবাৰী,
Read More...

আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত আজি কিছু শিথিলতা :এখন জিলাৰ পৰা আন এখন জিলালৈ কৰিব পাৰিব যাতায়ত

উপযুক্ত প্ৰমাণ দেখুৱাই কৰিব পাৰিব যাতায়ত,কেৱল পৰীক্ষাৰ্থীৰ বাবে এটা দিনৰ বাবে এই সুবিধা প্ৰদান,টুইটযোগে এই কথা জনাইছে জি পি সিঙে
Read More...

খৰাঙৰ কবলত পৰিছে ওৰাং মৌজা :পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নাই

পুনৰ খৰাঙৰ কবলত পৰিছে  ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো  মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া   এতিয়ালৈকে ৰুব পৰা নাই।
Read More...

নেঘেৰিটিং চাহ বাগিছালৈ সাংসদ গৌৰৱ গগৈৰ এম্বুলেঞ্চ প্ৰদান

ক'ৰনা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে। উল্লেখ্য যে, গৌৰব গগৈয়ে সাংসদ উন্নয়ন পূজিৰ ধনেৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী
Read More...

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ…

আগন্তুক টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলক 'Chef De Mission' হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে
Read More...

অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,সাহিত্যিক-গৱেষক, ড.কুতুবুদ্দিন আহমেদৰ স্মৃতি সুঁৱৰি বিশেষ বক্তৃতা…

ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,গৱেষক -সাহিত্যিক ড.কুতুবুদ্দিন আহমেদৰ বৰ্ণাঢ্য জীৱনৰ স্মৃতি সোঁৱৰণ কৰি ৩ জুলাই তাৰিখে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়
Read More...

ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনলৈ স্বীকৃতি

ভাৰতত কিক বক্সিঙ খেলক আৰু অধিক উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ে অবশেষত ললে সময়োচিত পদক্ষেপ । ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ে যোৱা ২ জুলাই তাৰিখে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনক নেছনেল স্পোৰ্টছ ফেদাৰেচনৰ অধীনত 
Read More...

“মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি” সংশোধনৰ দাবী কংগ্ৰেছৰ

ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ প্ৰয়োজন আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্য চৰকাৰক আহ্বান
Read More...