Breaking

Browsing Category

অসম

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ…

আগন্তুক টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলক 'Chef De Mission' হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে
Read More...

অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,সাহিত্যিক-গৱেষক, ড.কুতুবুদ্দিন আহমেদৰ স্মৃতি সুঁৱৰি বিশেষ বক্তৃতা…

ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,গৱেষক -সাহিত্যিক ড.কুতুবুদ্দিন আহমেদৰ বৰ্ণাঢ্য জীৱনৰ স্মৃতি সোঁৱৰণ কৰি ৩ জুলাই তাৰিখে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়
Read More...

ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনলৈ স্বীকৃতি

ভাৰতত কিক বক্সিঙ খেলক আৰু অধিক উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ে অবশেষত ললে সময়োচিত পদক্ষেপ । ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ে যোৱা ২ জুলাই তাৰিখে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনক নেছনেল স্পোৰ্টছ ফেদাৰেচনৰ অধীনত 
Read More...

“মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি” সংশোধনৰ দাবী কংগ্ৰেছৰ

ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ প্ৰয়োজন আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্য চৰকাৰক আহ্বান
Read More...

দুখীয়াৰ বন্ধু ১০৮

বন্ধু! তাকো দুখীয়াৰ বন্ধু! দুখীয়া মানুহৰ বন্ধু খুউব কম থাকে বুলি কয়। বিপদে আপদে সহায় কৰা মানুহৰ সংখ্যা অতি কম। দুখীয়া নিচলাবোৰৰ বিপদ অহা মানে তেনে পৰিয়ালৰ মানুহে দিনতে তৰা দেখে। কি কৰিব কি নকৰিব? কেনেকৈ বিপদৰ পৰা উদ্ধাৰ পাব ইত্যাদিবোৰৰ কথা
Read More...

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ উদ্যোগত ৰক্তদান শিবিৰ

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনা, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ ধীৰেনপাৰাস্থিত জয় হিন্দ ক্লাৱত এক ৰক্তদান কার্যসূচীৰ আয়োজন কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত অনুষ্ঠিত উক্ত ৰক্তদান কার্যসূচীত অংশ লয় সংগঠনটোৰ
Read More...

বৰপেটাত আটক এজন সুৰা ব্যৱসায়ী

আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চুলাই মদকে ধৰি দেশী-বেদেশী সুৰাৰ চলাইছে ৰমৰমীয়া বেহা।  এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে আগভাগ লৈ চলাইছে অভিযান।এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এজন সুৰা ব্যৱসায়ী। সুৰাৰ ঘাটিত পৰিণত
Read More...

থলুৱা অসমীয়াৰ অধিকাৰৰ স্বাৰ্থত আলফা স্বাধীনৰ প্ৰেছ বিবৃতি

অসমত গঢ় লৈ উঠা উদ্যোগ-প্ৰতিষ্ঠান সমূহত অসমৰ যোগ্য থলুৱা অসমীয়াৰ অধিকাৰ থকাৰ সন্দৰ্ভত আলফা স্বাধীন পৰেশ অসমৰ প্ৰেছ বিবৃতি
Read More...

কাৰ্ফিউৰ সুযোগ লৈ গোলাঘাটত চোৰৰ গেং

এফালে লকডাউন আৰু  কাৰ্ফিউ আনফালে সৰ্বসাধাৰণৰ মাজত অৰ্থনৈতিক সংকট। অৰ্থনৈতিক দুৰবস্থাই কোঙা কৰা এই জটিল সময়তে গোলাঘাটত পুনৰ সক্ৰিয় হৈ উঠিছে  চোৰৰ বৃহৎ গেং।কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলালে চাফাই অভিযান। শনিবাৰে নিশা
Read More...

উন্নত জাতৰ বিনামূলীয়া বীজ নাপালে ওৰাঙৰ কৃষকে

বিটিএডি ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাৰ কৃষক সকলে এইবাৰ এক কিলো উন্নত জাতৰ বিনামূলীয়া ধানৰ বীজ পাবলৈ সক্ষম নহল  । বিগত সময়ত ওদালগুৰি জিলা কৃষি বিভাগে  মৌজাটোৰ কৃষক সকলক সকাহ দি জেঠৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে উন্নত জাতৰ আইজং,
Read More...