Breaking

Browsing Category

অসম

মডার্না ক’ভিড ভেকচিন আমদানিত অনুমোদন কেন্দ্রৰ

ভাৰতত চতুর্থটো ক’ৰোনা ভেকচিন ভাৰতত চতুর্থটো ক’ভিড ভেকচিন জৰুৰীকালীনভাৱে ব্যৱহাৰ হ’ব৷ দেশৰ প্রসিদ্ধ ফার্মাচিটিকেল কোম্পানী চিপ্লাক মডার্না ক’ভিড ভেকচিন আমদানিত অনুমোদন জনাইছে ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া, চমুকৈ ডিচিজিআয়ে৷
Read More...

ভূৰাগাঁৱৰ ধৰ্ষণ-হত্যাকাণ্ডৰ অভিযুক্ত চৈয়দ আলী আৰক্ষীৰ জিম্মাত।ছাত্ৰ অৱস্হাৰ পৰাই ছৈয়দ আলীৰ আছে বহু…

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডোংগা গাঁৱত যোৱা ২০  জুনত সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ধৰ্ষণ -হত্যাকাণ্ডৰ ঘটনা ।সেইদিনা ৰাতিপুৱা ৯ বছৰীয়া এটি কণমানি কন্যা শিশু নিজৰ পোহনীয়া চৰাইৰ বাবে জামুন গুটি বুটলিবলৈ
Read More...

ওদালগুৰি জিলাত ভেকচিনৰ অভাৱত হাহাকাৰ কৰিছে হাজাৰ হাজাৰ জনতাই

দৈনিক ভেকচিন লবলৈ আহি  উভতি যাব লগীয়া হৈছে হাজাৰ হাজাৰ পুৰুষ মহিলা । সমগ্ৰ দেশতেই কাৰোনাই শলঠেকত পেলোৱাৰ সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ জনগণক ক'ভিডৰ পৰা ৰক্ষা পাবলৈ ভেকচিন প্ৰদান কৰি অহা সময়ত ওদালগুৰি জিলাৰ ৰাইজ ভেকচিনৰ অভাৱত
Read More...

পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে NIA য়ে

পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনাম দাখিল কৰিছে NIA য়ে ৷ মঙলবাৰে অখিল গগৈৰ বিৰুদ্ধে নিয়াই দাখিল কৰিছে এক অতিৰিক্ত অভিযোগ নামা। নিয়াই দাখিল কৰা এই অভিযোগ নামাৰ পাছতে এতিয়া চৰকাৰ আৰু নিয়াক সমালোচনা কৰিছে ৰাইজৰ দলে। দলটোৰ নেতা
Read More...

হিমা দাসৰ টকিঅ’অলিম্পিকৰ সপোন চূৰমাৰ: আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ

টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা৷ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত ব্যৰ্থ হয় ধিং এক্সপ্ৰেছ হিমা৷ পঞ্চম স্থানতহে দৌৰ সম্পূৰ্ণ কৰে হিমাই৷ টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷
Read More...

ৰাজ্যত আক্রান্তৰ হাৰ ২.৬%লৈ পুনৰ বৃদ্ধি

বিগত কেইবাদিনৰ তুলনাত মঙলবাৰে পুনৰ কিছু পৰিমাণে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ মঙলবাৰে ২.৬৪ শতাংশলৈ বৃদ্ধি পাইছে এই হাৰ৷ আজি ৰাজ্যত মুঠ ২,৬৭২জন লোক আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,০১,২২২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ
Read More...

বিপিএফৰ সৈতে বিজেপি দলৰ মিত্ৰতাৰ নৱীকৰণকলৈ কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ (Bodoland People’s Front)ৰ শীৰ্ষ নেতা সকলে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন মিত্রজোঁট পুনৰ একত্ৰিত হ’ব বিচাৰে বুলি প্ৰকাশ হোৱা বাতৰিটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্তব্য প্ৰকাশ
Read More...

ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচ্যুতানন্দা দাসক সীমান্ত শাখাৰ পৰিদৰ্শকত বদলি কৰাত আপত্তি

ৰাজ্যখনৰ ‌ বিটিআৰৰ ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ এলেকাস্হ ৰৌতা চক্ৰ আৰক্ষী বিষয়া অচ্যুতানন্দা দাসে যোৱা ২০২০ চনৰ ১০ জুনৰ দিনা ৰৌতা আৰক্ষী চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পাছত আজি ১ বছৰ ২০
Read More...

মৰাণত বাঘৰ আক্ৰমণত দুগৰাকী মহিলা শ্ৰমিক গুৰুতৰ ভাৱে আহত

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত তথা চেপন আৰক্ষী চকী অধীনন্থ মৰাণৰ ডোমৰ দলং চাহ বাগিচাৰ ১৩ নং শাখাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বাগিচাখনৰ দুগৰাকী মহিলা শ্ৰমিক ৷ আজি পুৱাৰ ভাগত বাগিচাখনত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে
Read More...

মন্দিয়াৰ বৰদলনীত পথৰ দাঁতিত অচিনাক্ত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত ২নং বৰদলনীত এটি নৱজাতক কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱাত বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কালি আবেলি ৩ বজাত মন্দিয়া আৰক্ষী চকীৰ আৰক্ষীৰ
Read More...