Breaking

Browsing Category

অসম

অত্যাধুনিক ২০ ছুপাৰ চাকাৰেৰে পৰিষ্কাৰ কৰিব গুৱাহাটীৰ ৫৫১ নলা–নর্দমা

কৃত্রিম বান সমস্যাই মহানগৰবাসীক বছৰৰ পাছত বছৰ ধৰি জলা–কলা খুৱাই আহিছে৷ গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতে এজাক বৰষুণতে কৃত্রিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন অঞ্চল৷ গুৱাহাটীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ বাবে শ শ কোটি টকা আবণ্টন
Read More...

দক্ষিণ বৰপেটাৰ বাঘবৰৰ চৰাঞ্চলত বিদ্যুত নিয়মীয়াকৰণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি-বাঘমাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বুধবাৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। “শক্তি বিভাগ হায়-হায় ,শক্তিমন্ত্ৰী হায়-হায় ,তিনি-চাৰিদিনে আন্ধাৰত মৰিছো ,আমাক পোহৰৰ দিহা কৰক " আদি বিভিন্ন
Read More...

গোসাইগাঁৱত সজল ফাউণ্ডেশ্যনৰ উদ‍্যাগত ৫০০ ই-ৰিক্মা চালকৰ মাজত চাউল বিতৰন

ক’ভিডৰ পৰা পৰিত্ৰান পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মিনি লক ডাউনৰ বাবে খাটি খোৱা লোকসকলে চৰম সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ ই ৰিক্সা চালক সকলে দুমুঠি অন্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সমস্যাৰ সন্মুখীন হোৱা গোসাইগাঁও সদৰ চহৰৰ ৫০০ ই- ৰিক্মা
Read More...

নাজিৰা মহকুমাত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ লক্ষ্য : মহকুমাধিপতিৰ…

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে নাজিৰা প্ৰশাসনে মহকুমা খনত ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশস্বৰূপে মহকুমা খনৰ চাহ বাগিচা সমূহতো ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলা
Read More...

অসমৰ শিশুক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগৰ নৱতম প্ৰয়াস

অসমৰ শিশুসকলক নিউম'নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থৃয বিভাগে আজিৰে পৰা 'নিউম'ক'ক্কেল কনজুগেট ভেক্সিন' (পিচিভি) নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে। স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এই
Read More...

নাগালেণ্ডক ৬মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

নাগালেণ্ডক ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ। আজিৰ পৰা এই ঘোষণা কাৰ্যকৰী কৰা হৈছে। Armed Forces (Special Power) Act 1958ৰ দফা ৩ৰ অধীনত কেন্দ্ৰৰ এই পদক্ষেপ। নাগালেণ্ডৰ পৰিস্থিতি ভয়াৱহ হৈ থকাৰ বাবে সামৰিক হস্তক্ষেপ প্ৰয়োজন বুলি
Read More...

ৰাজহ চক্রৰ কার্যালয় ঘেৰাও প্রতিবাদী ৰাইজৰ

গুৱাহাটী মহানগৰীৰ জাবৰেৰে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে পানীখাইতী চ’কত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ উদ্যোগত ৰাজহুৱা ধর্ণা কার্যসূচীৰে অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রদান কৰা
Read More...

বৰপেটাৰ বামুনা গাঁওৰ উপ পশু চিকিৎসালয় শিয়াল কুকুৰৰ বাসস্থানলৈ পৰিণত

বৰপেটাৰ চহৰৰ গাতে লাগি থকা বামুনা গাঁওৰ উপ পশু চিকিৎসালয়খনৰ বিধ্বস্ত ৰূপ। জানিবপৰা মতে ৯০ দশকত স্থাপিত এই চিকিৎসালয়ত বৰ্তমান কোনো পশু চিকিৎসক নাই । বিগত প্রায় ১৬ বছৰ ধৰি বন্ধ হৈ আছে এই চিকিৎসালয়। এই
Read More...