শিক্ষা

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু।হোষ্টেলত শুই থকা অৱস্থাতে মৃত্যু হয় ছাত্রজনৰ। বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহ। মৃত ছাত্রজনৰ নাম নীলোৎপল গগৈ বুলি জানিব পৰা...

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ এবছৰ পূৰ্তি উদযাপনৰ এক অনুষ্ঠান মঙলবাৰে গুৱহাটী বায়’টেক পাৰ্কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই এবছৰীয়া পূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি...

চিতা (SITA) আৰু তিনিখন মহাবিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন

ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ, অসমৰ উদ্যোগত সোমবাৰে জনতা ভৱনস্থিত আয়োগৰ কাৰ্যালয়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু পশু চিকিৎসা মহাবিদ্যালয়, খানাপাৰাৰ লগত তিনিখনকৈ...

তামুলপুৰৰ বগৰীখুটিত এগৰাকী শিক্ষকৰ বৰ্বৰতা

তামুলপুৰৰ বগৰীখুটীত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অমানৱীয় কাণ্ড৷ বগৰীখুটীৰ মধ্য ডোঙাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৃথীৰঞ্জন দাসে অংক বুজাই দিব নোৱাৰাৰ কাৰণে ক্ৰিকেট খেলৰ...

ডিকম নাহৰতলী চাহ বাগিচা আদৰ্শ বিদ্যালয় শুভ উদ্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত সোমবাৰে শুভ উদ্ধোধন হ’ল ডিকম নাহৰতলী চাহ বাগিচা এলেকাত নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়৷ মাংগিলক কাৰ্যৰে শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ...

Popular