Breaking

Browsing Category

বিনোদন

থুকি তামোল আৰু গুচি পানেৰে বৰষাৰ ঘৰত টোপোলা পেলালে ভাস্কৰে

অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ বিয়ালৈ মাজত কেইটামান দিন। আৰম্ভ হ'ল বিয়াৰ পৰম্পৰাগত নিয়ম । দেওবাৰে তামোল-পাণ পেলোৱা নিয়ম সম্পন্ন হ'য় উজানবজাৰস্থিত বৰষাৰাণীৰ ঘৰত । 22 ফেব্ৰুৱাৰী ২০২১ত সম্পন্ন
Read More...

কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা
Read More...

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুএ কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰে

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু এ নতুন দিল্লীৰ দিল্লীহাটত কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰাৰ পাছত এটা ফেচবুক পষ্টৰ জৰিয়তে জনজাতি লােকসকলৰ বিশেষ পৰিচয় সংৰক্ষণৰ উদ্দেশ্যে বিকাশৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে।
Read More...

বিয়াত বহিব জনপ্ৰিয় গায়ক নীল আকাশ

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত অৱশেষত বিয়াত বহিব অসমীয়া সংগীত জগতৰ জনপ্ৰিয় গায়ক নীল আকাশ । জীৱন সংগীনী মাৰ্ঘেৰিটাৰ নেনচি ফুকন । দুয়োৰে মাজত চলি আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক । পাঁচ বছৰৰ প্ৰেমৰ অন্তত ‌নেনচি ফুকনৰ সৈতে আবদ্ধ হ'ব
Read More...

গুৱাহাটীৰ যুৱকৰ সৈতে অভিনেত্ৰী শ্ৰুতি হাচানৰ ডেটিং !

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়ক শ্ৰুতি হাচানে জনপ্ৰিয় ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী সান্তনু হাজৰিকাৰ সৈতে ডেটিং কৰি থকা বুলি জানিব পৰা গৈছে । অসম তথা গুৱাহাটীৰ যুৱক সান্তনু হাজৰিকা বৰ্তমান মুম্বাইত ইলাষ্ট্ৰেটৰ আৰু ডুডল শিল্পী
Read More...

কাজিৰঙাত বলীউদৰ তাৰকা আয়ুষ্মান খুৰানাৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বলীউডৰ অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানা। খোলা জিপচীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউদৰ বিকি ডনাৰখ্যাত অভিনেতা আয়ুষ্মান খুৰানাই। সহ–অভিনেতা আৰু অভিনেত্ৰীৰ
Read More...

পুনেৰ ছিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ড

পুনেৰ ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। পুনেৰ কোম্পানীৰ টাৰ্মিনেল ১ গেটত এই অগ্নিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানটোৰ টাৰ্মিনেল গেট নং১ ৰ ভিতৰৰ ছেইজ ৩ ভৱনৰ চতুৰ্থ আৰু পঞ্চম মহলাত এই  অগ্নিকাণ্ডৰ ঘটনা । কভিশ্বিল্ডৰ
Read More...

আৰম্ভ হ’ল জোনবিল মেলা

আজিৰে পৰা আৰম্ভ হ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন জোনবিল মেলা। তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁ জিলাৰ জাগীৰোডৰ ওচৰৰ জংবিলৰ পাৰত থকা দয়াং বেলগুৰিত জোনবিল মেলাখন বৃহস্পতিবাৰৰ অৰ্থাৎ ২১ জানুৱাৰিৰ পৰা আৰম্ভ হৈছে। এই তিনিদিনত ওচৰৰ
Read More...

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

বলিউদৰ প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে দাখিল কৰা এটা মানহানিৰ গোচৰত অভিনেত্ৰী কংগনা ৰানাৱতক মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।এজন আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে। অহা শুকুৰবাৰে অভিনেত্ৰী কংগনাক জুহু আৰক্ষীৰ সন্মুখত
Read More...

ঢকুৱাখনাত সতিনী বিললৈ সমূহীয়া মৎস্য চিকাৰৰ বাবে ওলাই আহিল শ শ পুৰুষ-মহিলা

অসমীয়াৰ বাপতি সাহোন মাঘবিহুৰ প্ৰথম দিনটোত ঢকুৱাখনা সতিনী বিলত গোঁসাই বাৰী, দিঘলা চাপৰি, মানিকাচুক, দিঘলা গাওঁ আৰু ২ নং হিলৈদাৰী পাঁচখন গাৱঁৰ ৰাইজে পূৰ্ব পৰম্পৰা অক্ষুণ্ণ ৰাখি সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ জাক জাক পুৰুষ-মহিলাই
Read More...