Breaking

Browsing Category

প্ৰকৃতি

আজি বিশ্ব পৰিবেশ দিৱস ৷ দৰঙৰ আন্ধেৰীঘাটত প্ৰতিশ্ৰুতিয়ে ৰোপণ কৰিলে এক হাজাৰ গছপুলি ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷ আজি বিশ্ব পৰিবেশ দিবস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ আন্ধেৰীঘাটত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰোপণ কৰিছে গছপুলি ৷ প্ৰতিশ্ৰুতি নামৰ আন্ধেৰীঘাটৰ এটা আত্মসহায়ক গোটে সেউজী ধৰণী ধুনীয়া নামেৰে নামাকৰণ
Read More...

দৰঙত দুস্কৃতিকাৰীৰ পৰা উদ্ধাৰ ১৫/২০ কিলো ওজনৰ দুস্প্ৰাপ্য কাছ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷ দৰঙত উদ্ধাৰ হয় দুষ্কৃতিকাৰীৰ পৰা এটা দুস্প্ৰাপ্য কাছ ৷ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা এক বিশেষ অভিযানত যোৱাৰ সময়ত এম পি কে  সংযোগী পথৰ  দিঘীৰপাৰত দুজন লোকে কাছটি বস্তাত ভৰাই থকা
Read More...

পৰিৱেশ দিৱস বনাম মানৱ সমাজ ।

পম্পী কলিতা । সমগ্ৰ বিশ্বতেই পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় , সেইটো সৰ্বজনবিদিত কথা । ১৯৭২ চনৰ চুইডেনৰ ষ্টকহোম অধিৱেশনত হোৱা সিদ্ধান্ত মৰ্মেই ১৯৭৪ চনৰ পৰাই প্ৰতিবছৰেই সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন কৰি অহা হৈছে ।
Read More...

লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ । হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ- চাফাৰীৰ…

দ্বীপেন শইকীয়া লকডাউনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে' মাহৰ সময়ছোৱাৰ ভিতৰত ডেৰ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীনৰ প্ৰভাৱত
Read More...

দুবছৰত ৬ বিঘা মাটিত বনাঞ্চল সৃষ্টিৰ প্ৰয়াস : যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত ঢকুৱাখনাৰ যুৱক মনদ্বীপ।

ঢকুৱাখনা পৰা ৰাজীৱ বৰুৱা ৰাজ্যৰ বিভিন্ন ঠাইত এচাম মানুহে প্ৰাকৃতিক জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰি বনাঞ্চল ধ্বংসৰ কাৰ্য  অব্যাহত ৰখাৰ লগতে শেহতীয়াকৈ দিহিং পাটকাই বনাঞ্চলৰ সমীপত চৰকাৰে কয়লা খননৰ অনুমতি দি আওপকীয়াকৈ বনাঞ্চল ধ্বংসৰ লগতে জৈৱ
Read More...

মন্ত্ৰী চন্দ্ৰমোহন-পৰিমলৰ যুটীয়া সংবাদমেল ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন দিহিংপাটকাইৰ বনভূমি ,বন্যপ্ৰাণীৰ বিচৰণক্ষেত্ৰ আৰু কয়লাখনন বিষয়ত পুনৰ জৰীপ চলোৱা হ'ব।যোৱা ২০১৯ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসমত ক'ল ইণ্ডিয়াৰ কয়লা খনন বন্ধ আছে।এইবিষয়ত ২৮ টা চৰ্তসম্বলিত বুজাবুজি পত্ৰ দিয়া
Read More...

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্রৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা : ঢকুৱাখনা গেৰুকামুখত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্র সন্থাই আজি দিনৰ ১২ বজাত আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যলয়ৰ সন্মুখ স্থানত শাৰীৰিক দূৰত্ব মানি হাতত প্লেকাৰ্ড
Read More...

দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ মানৱ শৃংখল

টীয়কৰ পৰা অঞ্জন প্ৰকাশ দিহিং পাটকাই  সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটছা টীয়ক উপ শাখা আৰু টি এম পি কেই টীয়ক
Read More...

উজানৰ মাছ…… এক পাশবিক তৃপ্তি আৰু সামাজিক তথা প্ৰাকৃতিক অপৰাধ

ফনীধৰ ডেকা, বিশিষ্ট সমাজ কৰ্মী, প্ৰাক্তন অধ্যক্ষ বৰভাগ মহাবিদ্যালয় । লৰালিৰ পৰা যুৱ অৱস্থালৈ যিবিলাক বিষয়ে জীৱন প্ৰবাহত বিশেষ আমোদ দিছিল , সেইবোৰৰ ভিতৰত অন্যতম আছিল - বিভিন্ন পদ্ধতিৰে মাছ মৰা কাৰ্য্য ৷
Read More...

বাঘজান তৈলখাদ বিস্ফোৰণে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং…

ডিৰাক সীমান্ত মহামাৰী কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে কেন্দ্ৰই তথা পেট্ৰ’লিয়াম মন্ত্ৰালয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত
Read More...