Breaking

Browsing Category

প্ৰকৃতি

নাজিৰাত বিৰল প্ৰজাতিৰ বৰকাছ উদ্ধাৰ

নাজিৰা  চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতেই শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ। নাজিৰা ৰে’ল ষ্টেচনত উদ্ধাৰ হোৱা বিৰল প্ৰজাতি বৰকাছটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিষয়া অজিত গগৈক আৰু স্থানীয় সাংবাদিক খবৰ দিয়ে৷
Read More...

ভয়ংকৰ অমানৱীয় কাণ্ড

গুৱাহাটী অসম বিধানসভাৰ পুৰণি বিধায়ক আৱাসৰ চৌহদত তিনিজোপা পুৰণি, অতি পুৰণি, হয়তো শতিকা গৰকা গছ আছিল। তাতে বগলী, কাউৰী, ছাইবৰীয়াৰ পৰা অহা চৰাই আদিয়ে বাহ বান্ধি থাকে। এতিয়া শতাধিক পোৱালী ওলাইছে। চালুকীয়া হৈ আছে। কৰ্তৃপক্ষই ঠিকাদাৰক
Read More...

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

জামুগুৰিহাট ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰিছে যদিও শংকাত সময় অতিবাহিত কৰিছে জনসাধাৰণে৷
Read More...

শিলঘাটত সাপ উদ্ধাৰ

কলিয়াবৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ'ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত
Read More...

দিহিং-পাটকাইত চলিব কয়লাৰ মুক্ত খনন : সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা

ডিব্ৰুগড় বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিঃশেষ কৰাৰ
Read More...

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

টীয়ক  সমগ্ৰ দেশ তথা ৰাজ্যৰ জনতা ক’ৰোনা ভাইৰাছৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ মাজতে শনিবাৰে মৰিয়নিৰ চেলেংহাট পদুমণি চেতিয়া গাঁৱৰ মনিবাৰী নামৰ এখন হাবিত বিয়লি স্থানীয় লোকে বৃহৎ পৰিমাণৰ মাছ সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে
Read More...

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে…

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম,
Read More...

গোলাঘাটত বনৰীয়া মহৰ সন্ত্ৰাস

গোলাঘাট গোলাঘাট চহৰৰ দাঁতিকাষৰীয়া তৰফাট আহোম গাঁৱত এইবাৰ বনৰীয়া মহৰ সন্ত্ৰাস। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে উদভ্ৰান্ত হৈ থকা এটা বনৰীয়া মহ। ভয়ত ত্ৰস্তমান গাঁওবাসীয়ে ততালিকে বন বিভাগক খবৰ দিয়ে যদিও বহু
Read More...

চাপানলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পাহাৰত ব‍্যাপক বন ধ্বংসৰ বলি দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ…

নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্ত্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনত সমীপৰে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ। এজাক কুকুৰে
Read More...

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে : প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে দায়িত্ব…

কলিয়াবৰ কলিয়াবৰত উদ্ধাৰ কৰা হৈছে তিনিটি ঢোঁৰা কাউৰী পোৱালী। প্ৰাতঃ ভ্ৰমণৰ সময়তে লেখনাথ শৰ্মা নামৰ শিক্ষক এগৰাকীয়ে জখলাবন্ধা চেকনীত উদ্ধাৰ কৰে বিলুপ্তিৰ পথলৈ গতি কৰা এই প্ৰজাতিৰ চৰাইৰ তিনিটা পোৱালী। পেছাত শিক্ষক যদিও সামাজিক
Read More...