স্বাস্থ্য বাৰ্তা

Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে, ধূমপান এৰিবলৈ আৰ্থিক পুৰষ্কাৰ দিলে আপুনি চিগাৰেট এৰিবনে?

Smoking Quitting: ধনে আপোনাক নিচা ত্যাগ কৰাত সহায় কৰিব পাৰেনে, ধূমপান এৰিবলৈ আৰ্থিক পুৰষ্কাৰ দিলে আপুনি চিগাৰেট এৰিবনে?

Potato: প্ৰতিদিনে আলু খাই নেকি? আলু খোৱাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জানক

বি পি নিয়ন্ত্ৰণ কৰাৰ উপৰিও আলুত প্ৰচুৰ পৰিমাণে আঁহ আৰু পটাছিয়াম থাকে। প্ৰায়ে মানুহৰ ঘৰত প্ৰতিদিনে আলু খোৱা হয়। এই খবৰটোত আমি আপোনালোকক জনাম দৈনিক আলু খোৱাৰ উপকাৰিতাৰ বিষয়ে।(Potato)

Curd: এই ৪টা বস্তু দৈৰ লগত নাখাব, পেটৰ বাবে বিষত ভুগিব!

আমি প্ৰায়ে আমাৰ খাদ্য সোৱাদযুক্ত কৰিবলৈ দৈ ব্যৱহাৰ কৰো। কিন্তু বহুতো খাদ্য সামগ্ৰী আছে সেই সমূহ খাদ্যৰ সৈতে দৈ খোৱাটো ক্ষতিকাৰক হ’ব পাৰে।(Curd)

Tea: চাহ খোৱা মানুহ জীয়াই থাকে বেছি দিন! ছচিয়েল মিডিয়াত আৰম্ভ বিতৰ্কৰ

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে চাহ খোৱা লোকৰ আয়ুস বেছি। এই পোষ্টটোৱে কফি আৰু চাহ প্ৰেমীৰ মাজত ছ’চিয়েল মিডিয়াত এক অনন্য বিতৰ্কৰ সূচনা কৰিছে।(Tea)

Period Cramp: মাহেকীয়াৰ সময়ত টোপনি সমস্য়া হয় নেকি? এই ৬টা সহজ টিপছৰ সহায় লওক

পিৰিয়ড ক্ৰেম্পৰ ফলত ৰাতি টোপনি অহাত অসুবিধা হয়, এই ৬টা সহজ টিপছ চেষ্টা কৰক, আপুনি শান্তিপূৰ্ণ টোপনি লাভ কৰিব।(Period Cramp)

Popular