Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

বাঁহীৰ সুৰত মনপ্ৰাণ মুগ্ধ কৰা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী

জামুগুৰিহাট, ৯ ডিচেম্বৰ: বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী ৷ চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা ৷ বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত
Read More...

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংক মুকলি

উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংকটো বুধবাৰে গুৱাহাটীত মুকলি কৰা হয়। সাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত খোলা হৈছে বেংকটো । যি হৈছে ভাৰতৰ ১৫তম একক বেংক যি ছয় বছৰলৈকে মানুহৰ গাখীৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। "স্তনৰ গাখীৰ হৈছে নৱজাতক শিশুৰ বাবে
Read More...

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

মেঘালয়াৰ মুখ্যমন্ত্ৰী কংৰাড  চাংমাই ২১ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে পৰ্যটন পুনৰ খোলাৰ ঘোষণা কৰে । মুখ্যমন্ত্ৰী টুইট কৰি কয় যে ‘অৱশ্যে, নিৰ্ধাৰিত স্বাস্থ্য প্ৰটোকলৰ সৈতে পঞ্জীয়ন আৰু পালন কৰাটো এক সম্পূৰ্ণ আৱেগ
Read More...

ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমৰ অভিনৱ পদক্ষেপ : নিজে সম্পাদনা কৰা তথ্যচিত্ৰৰ মাজেৰে কৰোনা প্ৰতিৰোধৰ…

অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ মহানগৰীৰ গান্ধীবস্তী নিবাসী পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম মহন্তই তথ্যচিত্ৰৰ জৰিয়তে কৰোনা সজাগতাৰ প্ৰয়াস কৰিছে ৷ তেজপুৰৰ ডন বস্ক’ হাইস্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমে
Read More...

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জন বৰাৰ গোচৰ

AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই । বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গুৰুতৰ অভিযোগ, ‘বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ
Read More...

ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত বিজেপিৰ স্বচ্ছ ভাৰত অভিযান

অনলাইন বাৰ্তা, ৪ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা স্বচ্ছ ভাৰত অভিযান কোষে আজি ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰুপায়ন কৰে ৷ পূৱা ৮ বজাত আৰম্ভ কৰা চাফাই কাৰ্য্যসূচীত গুৱাহাটী মহানগৰ
Read More...

ৰাজ্যত কৰ’নাত মৃত্যু লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ দুজন লোকে প্ৰাণ হেৰুৱালে কৰ’নাৰ ফলত । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি হ’ল । স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনায় এই কথা । আজি মৃত্যু হোৱা লোক দুজনৰ এজন তিনিচুকীয়াৰ ৪৮
Read More...

দিল্লীৰ এইমছৰ মতে ডিচেম্বৰৰ ভিতৰত দেশত উপলব্ধ হব কৰ’নাৰ ভেকচিন

বিশ্বত কৰ’না ভেকচিন উদ্ভাৱন হোৱা বুলি খবৰ সদৰী হোৱা পিছতেই বিভিন্ন দেত সৃষ্টি হৈছে এই ভেকচিন আহৰনৰ প্ৰতিযোগিতা ।ব্ৰিটেইনত কোৰোণা ৰোগীক ভেকচিন দিয়া আৰম্ভ হ’ব আগন্তুক সপ্তাহৰ পৰা। সেইদৰে ৰাছিয়াতো সাধাৰণ জনতাক কোৰোণাৰ প্ৰতিষেধক  দিয়া আৰম্ভ
Read More...

হোজাইত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন

হোজাই, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰস্থিত আব্দুল খালিক মেমৰিয়েল হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। সৰ্বশিক্ষা অসম, যোগীযান শিক্ষাখণ্ডৰ উদ্যোগত হোজাইৰ উক্ত হাই স্কুলত হোৱা আন্তৰ্জাতিক
Read More...

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস উদযাপন

মৰিগাঁও ,৩ ডিচেম্বৰঃ বৃহস্পতি বাৰে মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত জিলা দিব্যাংগ সন্থা কাৰ্য্যালয়ত দিনযোৰা কাৰ্যক্ৰমেৰে বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰে। জিলা দিব্যাংগ সন্থাৰ
Read More...