Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি…

আমাৰ অসম বৰদলনিৰ প্ৰতিবেদক,১৪ ডিচেম্বৰ: বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসমীয়া ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ গৱেষক,বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি ,ধেমাজি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে | এক শোক
Read More...

নগাঁৱত চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০

নগাঁও, ১২ ডিচেম্বৰ: নগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে "চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০"। ইন্ডিয়া যোগ কালচাৰ এন্ড যোগ ঠেৰাপী চেন্টাৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম যোগ এচছিয়েশ্বন ,পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ পুলিচ ৰিৰ্জাভৰ সভাগৃহত
Read More...

মংগলদৈত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বয়োজ্যেষ্ঠ আৰু দিব্যাংগসকলৰ সামগ্ৰী বিতৰণৰ…

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈ সৈনিক ভৱনত ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ
Read More...

বাঁহীৰ সুৰত মনপ্ৰাণ মুগ্ধ কৰা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী

জামুগুৰিহাট, ৯ ডিচেম্বৰ: বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী ৷ চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা ৷ বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত
Read More...

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংক মুকলি

উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংকটো বুধবাৰে গুৱাহাটীত মুকলি কৰা হয়। সাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত খোলা হৈছে বেংকটো । যি হৈছে ভাৰতৰ ১৫তম একক বেংক যি ছয় বছৰলৈকে মানুহৰ গাখীৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। "স্তনৰ গাখীৰ হৈছে নৱজাতক শিশুৰ বাবে
Read More...

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

মেঘালয়াৰ মুখ্যমন্ত্ৰী কংৰাড  চাংমাই ২১ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে পৰ্যটন পুনৰ খোলাৰ ঘোষণা কৰে । মুখ্যমন্ত্ৰী টুইট কৰি কয় যে ‘অৱশ্যে, নিৰ্ধাৰিত স্বাস্থ্য প্ৰটোকলৰ সৈতে পঞ্জীয়ন আৰু পালন কৰাটো এক সম্পূৰ্ণ আৱেগ
Read More...

ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমৰ অভিনৱ পদক্ষেপ : নিজে সম্পাদনা কৰা তথ্যচিত্ৰৰ মাজেৰে কৰোনা প্ৰতিৰোধৰ…

অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ মহানগৰীৰ গান্ধীবস্তী নিবাসী পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম মহন্তই তথ্যচিত্ৰৰ জৰিয়তে কৰোনা সজাগতাৰ প্ৰয়াস কৰিছে ৷ তেজপুৰৰ ডন বস্ক’ হাইস্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমে
Read More...

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জন বৰাৰ গোচৰ

AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই । বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গুৰুতৰ অভিযোগ, ‘বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ
Read More...

ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত বিজেপিৰ স্বচ্ছ ভাৰত অভিযান

অনলাইন বাৰ্তা, ৪ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা স্বচ্ছ ভাৰত অভিযান কোষে আজি ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰুপায়ন কৰে ৷ পূৱা ৮ বজাত আৰম্ভ কৰা চাফাই কাৰ্য্যসূচীত গুৱাহাটী মহানগৰ
Read More...

ৰাজ্যত কৰ’নাত মৃত্যু লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ দুজন লোকে প্ৰাণ হেৰুৱালে কৰ’নাৰ ফলত । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি হ’ল । স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনায় এই কথা । আজি মৃত্যু হোৱা লোক দুজনৰ এজন তিনিচুকীয়াৰ ৪৮
Read More...