Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ

নলবাৰী, ২৬ ডিচেম্বৰ : কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বল হোৱা হেতুকে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে বিভিন্ন ধৰণে শত্ৰুৰ দেশক ৰক্ষা কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰাৰ উপৰিও সামাজিক কল্যাণ বাবে বিভিন্ন পদক্ষেপ
Read More...

শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন : ৰক্তদান শিবিৰ আয়োজন

জামুগুৰিহাট, ২৬ ডিচেম্বৰ: শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ আৰ্তিথ্যত মৰিসূতিত দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়। সংগঠনটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শোণিতপুৰ জিলা
Read More...

অসমত আৰম্ভ হ’ব কভিড ভেকচিনৰ ড্ৰাই ৰান

অহা সপ্তাহৰ পৰা কভিড ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হ’ব অসমত । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি মূল্যায়ন কৰাৰ বাবে ২৮ আৰু ২৯ ডিচেম্বৰত অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাৰ লগতে আন
Read More...

ডবকা SBI বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাৱে আহত প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভানেত্ৰী ৰিনা বেগম…

ডবকা, ২৪ ডিচেম্বৰ : আজি সন্ধিয়া হোজাই জিলাৰ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডবকা SBI বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় কংগ্ৰেছ নেত্ৰী। গুৰুতৰভাৱে আহত ৰহিমা বেগম  চৌধুৰী ওৰফে ৰিনা বেগম । ৰিনা বেগম বিন্নাকান্দি ব্লক মহিলা কংগ্ৰেছৰ
Read More...

লণ্ডনৰ পৰা উভতা ভাৰতীয়ৰ দেহত কৰোনাৰ নতুন প্ৰজাতি

কৰোনা ভাইৰাছৰ নতুন প্ৰজাতি বিয়পিবলৈ আৰম্ভ কৰিছে ভাৰতত । বিজয়ৱাড়াত লণ্ডনৰ পৰা উভতি অহা এগৰাকী ভাৰতীয় মহিলাৰ শৰীৰত লাভ কৰা গৈছে এই নতুন প্ৰজাতি। পেছাত স্কুল শিক্ষয়ত্ৰী মহিলাগৰাকীৰ নাম মেৰি ইউনফ্রেড আন । ডিচেম্বৰৰ ২১ তাৰিখে তেওঁ
Read More...

সাংবাদিকলৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা ঘোষণা মুখ্যমন্ত্ৰীৰ

ফ’ৰাম ফৰ ডেভেলপমেণ্ট এণ্ড প্ৰটেকছন অব মিডিয়া কমিউনিটীৰ প্ৰথমখন বাৰ্ষিক সন্মিলনত ভাগ লৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ সাংবাদিকসকলক বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা কৰাই দিয়াৰ কথা ঘোষণা কৰে । আয়ুস্মান
Read More...

ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী মোদীক প্ৰশ্ন “ভাৰতত ক’ভিড টীকাকৰণ কেতিয়া”

প্ৰায়েই বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা দেখা পোৱা যায় কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক । এইবাৰ ৰাহুল গান্ধী সৰৱ হোৱা পৰিলক্ষিত হৈছে ক’ৰ’না ভেকচিনকলৈ । ৰাহুল
Read More...

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি । আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩১৬৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩১ গৰাকী ৰোগী
Read More...

মাজুলীৰ নৱনীতাৰ কাষত ৰুমাল লাইভ : দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ

উজনি-মাজুলী, ১৭ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগ ( এছ এল ই ) ত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ ভবেন খাউণ্ডৰ কন্যা , নৱম শ্ৰেণীত অধ্যয়নৰত দুৰ্ভগীয়া নৱনীতা খাউণ্ডৰ আৰোগ্য কামনাৰে আজিৰে পৰা অসমৰ ব্যতিক্ৰমী ফেচবুক পেজ তথা সামাজিক অনুষ্ঠান ৰুমাল
Read More...

নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা : বুধবাৰৰ দিনটোত মাত্ৰ ১জন আক্ৰান্ত…

নগাঁও, ১৬ডিচেম্বৰ : ক'ৰোণাত সৰ্বাধিক আক্ৰান্ত অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম নগাঁৱলৈ বৰ্তমান ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। নৱেম্বৰ মাহৰ মাজভাগৰে পৰা নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক'ৰোণা ৰোগীৰ সংখ্যা। ১৩ডিচেম্বৰত টেষ্ট কৰা ১৫০জন ৰোগীৰ এজনৰো দেহত
Read More...