Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

মাজুলীৰ নৱনীতাৰ কাষত ৰুমাল লাইভ : দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ

উজনি-মাজুলী, ১৭ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগ ( এছ এল ই ) ত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ ভবেন খাউণ্ডৰ কন্যা , নৱম শ্ৰেণীত অধ্যয়নৰত দুৰ্ভগীয়া নৱনীতা খাউণ্ডৰ আৰোগ্য কামনাৰে আজিৰে পৰা অসমৰ ব্যতিক্ৰমী ফেচবুক পেজ তথা সামাজিক অনুষ্ঠান ৰুমাল
Read More...

নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ৰোণা ৰোগীৰ সংখ্যা : বুধবাৰৰ দিনটোত মাত্ৰ ১জন আক্ৰান্ত…

নগাঁও, ১৬ডিচেম্বৰ : ক'ৰোণাত সৰ্বাধিক আক্ৰান্ত অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম নগাঁৱলৈ বৰ্তমান ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। নৱেম্বৰ মাহৰ মাজভাগৰে পৰা নগাঁৱত দ্ৰুতগতিত হ্ৰাস পাইছে ক'ৰোণা ৰোগীৰ সংখ্যা। ১৩ডিচেম্বৰত টেষ্ট কৰা ১৫০জন ৰোগীৰ এজনৰো দেহত
Read More...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ মেধাৱী ছাত্ৰী নৱনীতা খাউণ্ড : অসম বাসীৰ সহায়…

উজনি-মাজুলী, ১৬ ডিচেম্বৰঃ মূৰত যেন সৰগ ভাগি পৰিছে মাজুলীৰ এটি দুখীয়া পৰিয়ালৰ । উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ নিবাসী ভৱেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ একমাত্ৰ কন্যা , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নৱনীতা
Read More...

হোজাই বজাৰৰ বিভিন্ন স্থানত ডাষ্টবিন বিতৰণ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাৰ

হোজাই, ১৫ ডিচেম্বৰ: প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কে কে শৰ্মাই হোজাই বজাৰৰ বিভিন্ন ঠাই সমূহত ঘূৰি ডাষ্টবিন বিতৰণ কৰা পৰিলক্ষিত হয়। উপস্থিত
Read More...

সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি…

আমাৰ অসম বৰদলনিৰ প্ৰতিবেদক,১৪ ডিচেম্বৰ: বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসমীয়া ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ গৱেষক,বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি ,ধেমাজি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে | এক শোক
Read More...

নগাঁৱত চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০

নগাঁও, ১২ ডিচেম্বৰ: নগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে "চতুৰ্দশতম অসম যোগ মহোৎসৱ ২০২০"। ইন্ডিয়া যোগ কালচাৰ এন্ড যোগ ঠেৰাপী চেন্টাৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম যোগ এচছিয়েশ্বন ,পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ সহযোগত নগাঁও চহৰৰ পুলিচ ৰিৰ্জাভৰ সভাগৃহত
Read More...

মংগলদৈত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বয়োজ্যেষ্ঠ আৰু দিব্যাংগসকলৰ সামগ্ৰী বিতৰণৰ…

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈ সৈনিক ভৱনত ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ
Read More...

বাঁহীৰ সুৰত মনপ্ৰাণ মুগ্ধ কৰা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী

জামুগুৰিহাট, ৯ ডিচেম্বৰ: বাঁহীৰ সুৰত জগত জিনিব খোজা এগৰাকী প্ৰচাৰবিমুখ যুৱশিল্পী ৷ চতিয়াৰ ন-পমুৱা গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা আৰু দুলু বৰাৰ পুত্ৰ এইগৰাকী যুৱশিল্পীৰ নাম দীপজ্যোতি বৰা ৷ বাঁহীবাদক দীপক শৰ্মা আৰু কিশোৰ কুমাৰ ভঁৰালীৰ ওচৰত
Read More...

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংক মুকলি

উত্তৰ-পূৰ্বৰ প্ৰথম মানৱ দুগ্ধ বেংকটো বুধবাৰে গুৱাহাটীত মুকলি কৰা হয়। সাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত খোলা হৈছে বেংকটো । যি হৈছে ভাৰতৰ ১৫তম একক বেংক যি ছয় বছৰলৈকে মানুহৰ গাখীৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। "স্তনৰ গাখীৰ হৈছে নৱজাতক শিশুৰ বাবে
Read More...

২১ ডিচেম্বৰৰ পৰা মেঘালয়াত প্ৰৱেশৰ অনুমতি দিয়া হব পৰ্যটকক

মেঘালয়াৰ মুখ্যমন্ত্ৰী কংৰাড  চাংমাই ২১ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীসকলৰ বাবে পৰ্যটন পুনৰ খোলাৰ ঘোষণা কৰে । মুখ্যমন্ত্ৰী টুইট কৰি কয় যে ‘অৱশ্যে, নিৰ্ধাৰিত স্বাস্থ্য প্ৰটোকলৰ সৈতে পঞ্জীয়ন আৰু পালন কৰাটো এক সম্পূৰ্ণ আৱেগ
Read More...