স্বাস্থ্য বাৰ্তা

ঘা নিৰাময়ৰ বাবে ভাৰতীয় বিজ্ঞানীয়ে উদ্ভাৱন কৰা এবিধ বিশেষ জেল…

কেইজনমান ভাৰতীয় বিজ্ঞানীয়ে দুবিধ পলিমাৰৰ সংমিশ্ৰণ ঘটাই শৰীৰত পোৱা আঘাতৰ ফলত হোৱা ঘা সোনকালে শুকুৱাই পেলাব পৰা এবিধ হাইড্ৰ’জেল উদ্ভাৱন কৰিছে। এইবিধ নতুন হাইড্ৰ’জেল...

পুৰুষ বা মহিলা, কোন বেছি শুব লাগে আৰু কিয়…

এজন মানুহৰ বাবে শুৱাটো অতি গুৰুত্বপূৰ্ণ। টোপনিয়ে বহু বেমাৰ আঁতৰাই ৰাখে মানুহক। সেয়ে পুৰুষে হওক বা মহিলাই হওক, এজন ব্যক্তিৰ বাবে ভাল টোপনি অহাটো...

মেকআপৰ অবিহনে মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰক এই সমূহ বস্তু…

সকলোৱে নিজকে ধুনীয়া দেখাব বিচাৰে। বহুতে মুখৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে মেকআপ ব্যৱহাৰ কৰে। কিন্তু দৈনিক মেকআপ কৰাটো ছালৰ বাবে ভাল নহয়। কাৰণ দৈনিক মেক-আপ...

সুস্থ চুলি, উজ্জ্বল ছাল আৰু ভাল নখৰ বাবে এই ৮টা স্বাস্থ্যকৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক…

ধুনীয়া চুলি, জিলিকি থকা ছাল আৰু শক্তিশালী নখ পাবলৈ আমি প্ৰায়ে দামী সামগ্ৰী ব্যৱহাৰ কৰোঁ। এই দামী সামগ্ৰীবোৰৰ বাবে বহুত টকাও খৰচ কৰিব লাগে।...

আপুনিও সঘনাই মুখ ধোৱে নেকি? এই গুৰুতৰ সমস্যা সন্মুখীন হ’ব পাৰে…

মুখখন চাফা কৰিবলৈ বাৰে বাৰে মুখ ধুই থাকে নেকি? কৰিলে আপোনাৰ ছালৰ ক্ষতি হ'ব পাৰে। অবিৰতভাৱে মুখখন ধুলে আৰ্দ্ৰতা কমি যায় আৰু মুখখন শুকান...

Popular