Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন। কিছুদিন জিলাখনত অভাৱনীয় হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছিল যদিও সম্প্ৰতি পুনৰ কিছু হ্ৰাস পাইছে‌। এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি টীয়ক আৰু মৰিয়নী সমষ্টিৰ একাধিক কোভিড ভেকচিন প্ৰদান
Read More...

কানপুৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত

কানপুৰ চহৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম ক’লা ভেঁকুৰৰ পৰা হোৱা অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত হৈছে। ৰোগী জনৰ নাম আশীষ। বয়স ৩০ বছৰ। ৰোগীজন বিগত ১৫ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ হৈছে। চকু বিশেষজ্ঞ ডাঃ শালিনী মোহনে কয় এতিয়ালৈকে এনে কোনো ৰোগী
Read More...

দেশৰ কাৰণে নতুন আতংকৰ কাৰণ কৰ’নাৰ ‘ডেল্টা প্লাছ’

কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশে সাময়িক সকাহ লাভ কৰিছে যদিও সংকট আঁতৰা নাই। উৎপৰিৱৰ্তনেৰে নতুন নতুন ৰূপ লাভ কৰা কৰ’নাৰ নতুন এক প্ৰকাৰ এতিয়া দেশৰ কাৰণে আশংকাৰ কাৰণ হৈ পৰিছে। এই প্ৰকাৰবিধক চিনাক্ত কৰা হৈছে ডেল্টা প্লাছ হিচাপে। কেন্দ্ৰীয়
Read More...

ক’ভিড ভেকচিন ল’লে সন্তান জন্ম নহব,দুই বছৰৰ পিছত মৃত্যু হব,কিডনী উলিয়াই লব আদি ব্যাপক হাৰত…

মাজবাটৰ ধনশ্ৰী চাহ বাগিছাত কভিড পজিটিভ-৬৮,কভিড পৰীক্ষা কৰিলে স্বাস্থ্য কৰ্মী ভাবুকি,শ্ৰমিক সকলে কভিড টেষ্ট নকৰে,ভেকচিন নলয় ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ ঊনৈছ দশকতে ব্ৰিটিছে প্ৰতিষ্ঠা কৰা মাজবাট বিধানসভা সমষ্টি,মাজবাট ৰাজহ চক্ৰৰ 
Read More...

আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

আজি ২১ জুন, বিশ্ব যোগ দিৱস। শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাহন স্বৰূপ পৌৰাণিক ভাৰতীয় পৰম্পৰা যোগাভ্যাসৰ জয়গানেৰে আজি সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো
Read More...

কানাডাৰ পৰা বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰলৈ আহিল ৫,২৭৪ কেজি অক্সিজেন

ক'ভিড কেন্দ্ৰীক পৰিস্থিতিত আক্ৰান্ত লোকসকল চিকিৎসালয়ত যাতে অক্সিজেনৰ নাটনীত ভুগিব লগা নহয় তাৰ বাবে  ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ব্যৱস্থাৰ অধীনত ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়ে চিকিৎসালয় সমূহত ৰোগীৰ বাবে 
Read More...

দেশত ১ লাখলৈ নামিল আক্রান্তৰ সংখ্যাঃ ২৪ ঘণ্টাত ক’ভিড পজিটিভ ১,০০,৬৩৬

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা ধীৰে ধীৰে স্তিমিত হোৱাৰ দিশে৷ এদিনত চাৰি লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া এদিনত আক্রান্তৰ সংখ্যা ১ লাখলৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈছে ১,০০,৬৩৬জন৷ ৬১ দিনৰ
Read More...

মাজুলী শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰিলে ভ্ৰাম্যমাণ চিকিৎসালয়

মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা
Read More...

পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ’ব পাৰে আপোনাৰ?…

পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ'ব পাৰে আপোনাৰ? সবিশেষ চাওক এই প্ৰতিবেদনত। https://youtu.be/YDOVlqHMx8k
Read More...

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰাই অনন্য নিৰ্দশন দাঙি ধৰিলে তিনি চিকিৎসকে

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক'ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।  গোলাঘাটৰ শ্বহীদ 
Read More...