Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

৩৬ বছৰ বয়সত হাৰ্ট এটেকৰ পিছতো সুস্থ জীৱন-যাপন কৰি আছে অভিনেতা ছেইফ আলী খানে! কেনেকৈ সম্ভৱ…

হাৰ্ট এটেকৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল জীৱনশৈলীৰ বেয়া অভ্যাস। এজন ব্যক্তিয়ে জীৱনশৈলীৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিলে সহজেই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে। বলীউডৰ অভিনেতা তথা চলচ্চিত্ৰ প্ৰযোজক ছেইফ আলী খানে ৩৬ বছৰ বয়সত হাৰ্ট এটেকৰ সন্মুখীন
Read More...

ৰঙা জলকীয়া বেছিকৈ খালে শৰীৰৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা…

ভাৰতক মছলাৰ দেশ বুলিও কোৱা হয়, কাৰণ বহু আগৰ পৰাই ভাৰতবৰ্ষই মছলাৰ বাবেই সমগ্ৰ বিশ্বক আকৰ্ষণ কৰি আহিছে। কিন্তু কিছুমান মছলা অত্যধিক গ্ৰহণে ক্ষতি কৰিব পাৰে। তেনে এটা মছলা হ’ল ৰঙা জলকীয়া, যিটো বেছিভাগেই গোটা আৰু গুড়ি ৰূপত ব্যৱহাৰ কৰা হয়।
Read More...

মেদবহুলতা আৰু হাৰ্ট এটেকৰ আশংকা কমাব পাৰিব যদিহে এই সেউজীয়া বস্তুৰ সৈতে গঢ়ি তোলে বন্ধুত্ব…

আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলেহে আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম আৰু হৃদৰোগ, কেন্সাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ম। ভাৰতত প্ৰতি বছৰে হাৰ্ট এটেক আৰু কেন্সাৰ ৰোগত আক্ৰান্ত হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ
Read More...

ডাৰ্ক চকলেট শৰীৰৰ বাবে অত্যন্ত উপকাৰী…

কেতবোৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ডাৰ্পক চকলেট(Dark Chocolate) মানুহৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী- মূলতঃ ক’ক’ৱা(Cocoa) গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে প্ৰতিজাৰক(Antioxidant) থাকে। তদুপৰি ডাৰ্ক চকলেটত থকা, আন
Read More...

মাছ, মাংস; কণী খাব নালাগে! এই সমূহ বস্তু খোৱাৰ আৰম্ভ কৰক…

ভিটামিন বি ১২ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। যদি আমি ইয়াৰ লগত জড়িত খাদ্যসমূহ সঠিক পৰিমাণে গ্ৰহণ নকৰো তেন্তে ইয়াৰ পৰিণতি বেয়া হ’ব পাৰে। বহু মানুহ ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভাগৰুৱা হৈ থাকে, অফিচত অলস অনুভৱ কৰি টোপনি যায়।
Read More...

এলাৰ্জি, খৰ, খজুৱতি দৰে ছালৰ সমস্যাত মানিমুনিৰ ৰস উপকাৰী…

গাঁৱত সহজে উপলদ্ধ মানিমুনি। এণ্টি-অক্সিডেণ্ট গুণ যুক্ত মানিমুনি অতি উত্তম বনৌষধি উদ্ভিদ। আজি পঢ়ুৱৈৰ বাৰে লৈ আহিছো মানিমুনিৰ ৰসৰ উপকাৰিতাৰ বিষয়ে।
Read More...

ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে ৰোগ নিয়ন্ত্ৰণত থাকে…

কলৰ ঔষধি গুণ পকা কলৰ লগত জিৰা গুৰি মিহলি কৰি খালে পুৰণি গ্ৰহণী ৰোগ নিৰাময় হয়। দুটা পকা কল এপোৱা গাখীৰ আৰু বিশুদ্ধ মৌ এচামুচ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়। ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে
Read More...

ভুলতেও নকৰিব এই ভুল সমূহ! এই ৭ টা অভ্যাসে কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে…

বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, বৃক্কই তেজ পৰিষ্কাৰ কৰে। কিন্তু কেতিয়াবা কিছুমান অভ্যাসৰ বাবে এই আৱৰ্জনাবোৰ বৃক্কত জমা হ’বলৈ আৰম্ভ কৰে, যিবোৰ ক্ৰমান্বয়ে কঠিন হৈ পাথৰৰ ৰূপ লয়। কিডনীত পাথৰ হ’লে অতি বিষ হ’ব পাৰে। জানো আহক বৃক্কৰ
Read More...

সৰুতে সমনীয়াৰ সৈতে বেতগুটি খাইছিল নে? আজি আপোনালোকক জনাম বতৰৰ ফল বেতগুটিৰ খোৱাৰ উপকাৰীতাৰ…

আজি আপোনালোকক জনাম বতৰৰ ফল বেতগুটিৰ উপকাৰীতাৰ বিষয়ে। বতৰৰ ফল বেতগুটি বা বেতফল।বেতগুটিৰো আছে বহু গুণ। এই বেতগুটি খোৱাৰ বতৰ এতিয়া। এই বেতগুটি পুষ্টিকৰ আৰু সুস্বাদ যুক্ত।
Read More...

অসমীয়া সমাজত বহুলোকৰে প্ৰিয় খাদ্যবিধ হৈছে কচুশাক ! অতি সহজেই বনাব পৰা কচু, কণবিলাহী আৰু মাছৰ আঞ্জা…

প্ৰথমতে কচুথোৰখিনি ভালকৈ চাফা কৰি কাটি ল’ব। মাছকেইটুকুৰা ভালকৈ ধুই লব। এতিয়া এখন কেৰাহীত অলপ পানী দি কচুথোৰখিনি ৫ মিনিটমান সময় বইল কৰি পানীখিনি পেলাই কচুথোৰখিনি টুকি ল’ব।
Read More...