মুখ্য-পৃষ্ঠা

নলবাৰী বাংনামাৰীত ঈদউল ফিটৰ নামাজ সন্দৰ্ভত সভা : ঘৰতে থাকি নামাজ পঢ়িবলৈ আহ্বান

নলবাৰী ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে বৰ্তমান দেশজুৰি চলি থকা লকডাউনৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি বাংনামাৰী গাঁও উন্নয়ন সমিতিৰ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত...

কাকপথাৰ ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চ, কাকপথাৰৰ মানৱ-শৃংখল : ধ্বংসৰ দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ডিৰাক সীমান্ত মহামাৰী ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং...

লংকাৰ নখুঁটিত অস্ত্ৰসহ আটক দুই যুৱক

লংকা যোৱা নিশা লংকাৰ নখুটিৰ ৩নং চাৰ্ঠেগাঁৱৰ পৰা তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে পহৰা দিয়া সময়ত অস্ত্ৰসহ দুই যুৱকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছত গাঁওৰক্ষী বাহিনীয়ে...

চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথক মিকিৰভেটা আৰক্ষীৰ আটক

মৰিগাঁও ৰাজ্য চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰীৰ তথ্য প্ৰকাশ হৈ আহিছে। এনে এক সময়তে চৰাইবাহী সমবায় সমিতিৰ অনিয়মৰ অভিযোগত আজি বিয়লি ১...

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব : দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰিলে

নাজিৰা সীমান্ত অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰুসোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰনাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত, গেলেকী...

Popular