মুখ্য-পৃষ্ঠা

272 Pakistan nationals left India: ২ দিনত ২৭২ পাকিস্তানীয়ে এৰিলে ভাৰত, প্ৰস্থানৰ সময়সীমা শেষঃ সৰ্বাধিক হ্ৰস্বম্যাদী ভিছা থকা পাকিস্তানী আছে মহাৰাষ্ট্ৰত

পেহলগাম ঘটনাৰ পিছতে বিগত দুদিনত(272 Pakistan nationals left India)আটাৰী-ৱাঘা সীমান্ত পইণ্টেৰে প্ৰায় ২৭২জন পাকিস্তানী নাগৰিকে ভাৰত এৰি নিজৰ দেশলৈ গৈছে৷ চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷

Panchayat Election: ব’হাগৰ বৰদৈচিলাই উৰুৱাই নিছে কংগ্ৰেছ আৰু বিৰোধীৰ কূট-কৌশল

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা(Panchayat Election) সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে দেওবাৰে মাৰাথন প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ৰাইজৰ সঁহাৰি-সমৰ্থন কামনা কৰে৷

Biswajit Daimary: পাকিস্তানক পাৰমেনেণ্ট শিক্ষা দিয়া উচিতঃ বিশ্বজিৎ দৈমাৰী

জম্মু কাশ্মীৰৰ এনে জঘন্য হত্যাকাণ্ডক আমি গৰিহণা দিছোঁ৷(Biswajit Daimary) এই ঘটনাৰ আঁৰত পাকিস্তান আছে ৷ পাকিস্তানে সদায়ে এনে ঘটনাবোৰ কৰি আহিছে৷

Mars Zodiac Signs: তিনিটা ৰাশিৰ ওপৰত বিশেষ আশীৰ্বাদ আছে মংগলৰ, তেওঁলোকে অতি সোনকালে লাভ কৰে ধন, শক্তি আৰু সফলতা

নটা গ্ৰহৰ ভিতৰত মংগল গ্ৰহক গ্ৰহৰ সেনাপতি বুলি কোৱা হয়, যিয়ে ৰাশিফলত শক্তিশালী হৈ ব্যক্তিজনক বহু উপকাৰ কৰে। আহকচোন মংগল গ্ৰহৰ প্ৰিয় ৰাশিৰ কোনবোৰ জোনো। (Mars Zodiac Signs)

Artificial Floods: পুনৰ কৃত্ৰিম বানৰ সন্মুখীন মহানগৰবাসী

প্ৰচণ্ড বৰষুণৰ পিছতেই মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি।(Artificial Floods)পুনৰ কৃত্ৰিম বানৰ বাবে বিপদত পৰিছে মহানগৰবাসী।গুৱাহাটী মহানগৰীত পুৱাই বতাহ-বৰষুণৰ সৃষ্টি হয়।

Popular