Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

যুৱ শক্তিয়ে ৰাজনীতি কৰক (ৰাজনীতিত নতুন মুখৰ আৱিৰ্ভাৱ হওঁক)

✍ প্ৰাঞ্জল প্ৰতীম ডেকা সময়ে-সময়ে চৰ্চিত হয় এটা প্ৰশ্ন-"যুৱশক্তিয়ে ৰাজনীতি কৰা উচিত নে অনুচিত?" উত্তৰত একাংশই ক'ব খোজে-যুৱচামে ৰাজনীতি কৰা অনুচিত, ৰাজনীতি শিকাহে উচিত। কিন্তু, সেই একেখিনি যুৱ-ছাত্ৰক আন্দোলন কৰা অনুচিত বুলি কোনেও
Read More...

টংলাত কৃষক মুক্তি আক্ৰাছুকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ মানৱ শৃঙ্খল কাৰ্য্যসূচী অখিল গগৈ, দেবাঙ্গনা…

টংলা : আজি ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজ মজিয়াত অবস্থিত  টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত  অসমৰ কেবাটাও  জাতীয় সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত কাৰাবন্দী হৈ থকা জননেতা অখিল গগৈ, দেবাঙ্গনা কলিতা আৰু বলদেৱ তাঁতীৰ
Read More...

অচিৰেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিব প্লাজমা ৱাৰিয়ৰছ নামেৰে এক বিশেষ অভিযান

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা চিকিৎসাৰ বাবে দিল্লী আৰক্ষীৰ ২,৫০০ বিষয়া- জোৱানে দান কৰিব প্লাজমা। অচিৰেই দিল্লী আৰক্ষীয়ে প্লাজমা ৱাৰিয়ৰছ নামেৰে আৰম্ভ কৰিব এক অভিযান। ইতিমধ্যেই দিল্লী আৰক্ষীৰ ২৬ গৰাকী আৰক্ষীয়ে দান কৰিছে প্লাজমা।
Read More...

চাৰিবাৰ ফলাফল নিগেটিভ : পঞ্চমবাৰ ফলাফল অহাৰ আগতেই হাইদৰাবাদত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু সহকাৰী উপ…

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে হাইদৰাবাদত ৷ যোৱা শুকুৰবাৰে ক’ভিড-১৯ত আক্ৰান্ত হৈ এজন সহকাৰী উপ পৰিদৰ্শকৰ হাইদৰাবাদত মৃত্যু হয় ৷ তেওঁ চাৰিবাৰ ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ পাছত প্ৰতিবাৰতে নিগেটিভ পায়৷
Read More...

নাছাৰ সতৰ্কতা : ২৪ জুলাইত বিশাল গ্ৰহাণু পাবহি পৃথিৱীৰ কাষলৈ

দৈনন্দিন বাৰ্তা ডেস্ক : নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অৰ্থাৎ নাছাই সতৰ্কতা জাৰি কৰিছে যে ২৪ জুলাইত এটা বিশাল গ্ৰহাণু যাক "গ্ৰহাণু ২০২০ এনডি" বুলি কোৱা হৈছে, পৃথিৱী পাৰ হৈ যাব৷ ইয়াৰ লগতে জনাইছে যে দুটা গ্ৰহাণু আছে যি
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত। গঁড়টোৰ চিকিৎসাৰ…

কলিয়াবৰ : শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় পথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোয়ে এতিয়াও সেই স্থান এৰা নাই। বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো কিছু সুস্থ হৈ উঠিছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত
Read More...

প্ৰিয় চহৰ খন হঠাৎ অপ্ৰিয় হৈ পৰিল- “গুৱাহাটী”

সকলোৰে যেন প্ৰিয় চহৰ খন আজি হঠাৎ অপ্ৰিয় হৈ পৰিল।  কাৰণ এটাই- কৰণাৰ আতংক। গুৱাহাটী ত বৃদ্ধি পোৱা কভিড ১৯ পজিতিভ ৰোগী ৰ বাবে এতিয়া যেন সকলোৱে আপোন চহৰ খনৰ পৰা আঁতৰি থাকিব বিচাৰিছে। কোনোবা যদি গাঁৱৰ ঘৰৰ গুচি আহিছে,কোনোবাই আন ঠাইলৈ ৰাওনা
Read More...

কৰিমগঞ্জত গৰু চোৰ কৰিবলৈ অহা বাংলাদেশী ৰাইজৰ প্ৰহাৰত মৃত্যু

 কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমৰ কৰিমগঞ্জ জিলাত অবৈধভাৱে প্ৰৱেশ কৰি গাঁৱৰ পৰা গৰু চোৰ কৰিবলৈ অহা তিনিজন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ৰাইজে প্ৰহাৰ কৰি নিহত কৰে৷ আৰক্ষীয়ে এই কথা জনাইছে৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত
Read More...

মুখ্যমন্ত্ৰীৰ নামত অপপ্ৰচাৰ। ছ’ছিয়েল মিডিয়াত সক্ৰিয় অপৰাধী চক্ৰ । জনসংযোগৰ মতে এয়া ‘ফেইক…

গুৱাহাটী : টকা নাই ! বানাক্ৰান্তক   সাহাৰ্য দিব লাগিব ৰাইজেই। আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰজন দুৰ্গতৰ মুখত হাঁহি। ঠিক  এইদৰে জনোৱা হৈছে আহ্বান। এফালে মুখ্যমন্ত্ৰীৰ হাস্যময়ী ফটো,আনফালে জনসংযোগ বিভাগৰ লগ' সহ সচিবালয় শাখাত থকা ষ্টেট
Read More...

৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : ৫ আগষ্টত অযোধ্যাত হ’ব লগা ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী অযোধ্যাত সেইদিনা দিনৰ ১১ বজাৰ পৰা দিনৰ ১.১০ বজালৈকে থাকিব৷ প্ৰাপ্ত তথ্য মতে সেইদিনা পুৱা ৫ বজাৰ পৰা ভূমি
Read More...