মুখ্য-পৃষ্ঠা

HSLC Exam: আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।(HSLC Exam)মুঠ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব ৪ লাখ ২৯ হাজাৰ ৪৪৮ পৰীক্ষাৰ্থী।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্ট মুকলি । TOPCEM SDC Cement

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্ট মুকলি ।TOPCEM Cement

অসমত এক বাণিজ্যানুকূল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে ৰাজ্যৰ উদ্যোগী- বিনিয়োগকাৰীলৈ আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ । Bimal Bara

অসমত এক বাণিজ্যানুকূল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে ৰাজ্যৰ উদ্যোগী- বিনিয়োগকাৰীলৈ আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ । Bimal Bara

Diseases: বেমাৰ বাঢ়িছে, বেছিভাগ মানুহেই গ্ৰহণ কৰে অস্বাস্থ্যকৰ খাদ্য; গাখীৰ আৰু কণী খাই যদিও নাখাই বিশেষ খাদ্য !

যদি আপুনি হঠাতে আপোনাৰ চাৰিওফালে ৰোগ বৃদ্ধি পোৱা লক্ষ্য কৰিছে, তেন্তে আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰক। কাৰণ খাদ্যত কম পৰিমাণৰ শাক-পাচলি লাগে।(Diseases)

Kangana Ranaut: হিমাচলত নিৰামিষ ৰেষ্টুৰেণ্ট খুলিলে সাংসদ কংগনা ৰানাৱতে, প্ৰংশসা কৰিলে কংগ্ৰেছে!

কংগনা ৰানাৱত নিজৰ স্পষ্টবাদী শৈলীৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে। কোনো বিষয়ত কথা ক’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে।(Kangana Ranaut)

Popular