Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লবলৈ কৃষক মুক্তিৰ গোট গঠন । অসমৰ বান আৰু গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণত…

গুৱাহাটী :কভিড্-১৯ মহামাৰী সংক্ৰমণৰ ফলত দেশজুৰি চলি থকা লকডাউন প্ৰভাৱে অৰ্থনৈতিক আৰু সামাজিক ভাৱে সৰ্বসাধাৰণ ৰাইজক চৰম বিপৰ্যয়ৰ দিশে গতি কৰোৱাৰ পিছত অসমত এতিয়া ইটো পিছত সিটো বানপানী সৃষ্টি হোৱাত জ্বলা-কলা খাব লগা হৈছে বানপীড়িত ৰাইজ। চৰকাৰে
Read More...

২৭ জুলাইত চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা : ৰাছিয়াৰ পাছত আশাৰ বাণী শুনালে আমেৰিকাই ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছত প্ৰতিদিনে বহু লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে৷ ইতিমধ্যে ৰাছিয়াৰ গামালেই ইনষ্টিটিউট অৱ এপিডেম’লজী এণ্ড মাইক্ৰবায়’লজীৰ পাছত আশাৰ বাণী শুনালে আমেৰিকাৰ গৱেষণা প্ৰতিষ্ঠান মডেৰ্ণাই৷ এই
Read More...

অখিল, বলদেৱৰ মুক্তিৰ দাবীত টিংখাঙত অনশন।

টিংখাং : অখিল গগৈ, বলদেব তেলীসহ সকলো "কা" বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত চিপিআই (এম এল)ৰ অসম ৰাজ্যিক সমিতিয়ে আহ্বান জনোৱা আজি ৰাজ্যজোৰা প্ৰতিবাদৰ অংশ হিচাপে ডিব্ৰুগড়ৰ ৰাজগড়ত দলৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজগড়ৰ শ্বহীদ বেদী
Read More...

হিন্দু ক্ৰান্তি দলৰ সংবাদ মেলৰ আয়োজন।

নলবাৰী : সমগ্ৰ অসমতে ভাৰতীয় সংস্কৃতিক এক দুষ্ট চক্ৰই বিলুপ্ত ঘটোৱাৰ প্ৰয়াস কৰাৰ সময়তে নিজৰ আসনৰ সুৰক্ষিত ৰখাৰ উদ্যেশ্যে ধৃতৰাষ্ট্ৰৰ দৰে নেদেখা ভাও জুৰি আছে সৰ্বানন্দ নেতৃত্বধীন অসম চৰকাৰে। এই কথা সদৰি কৰে আজি নলবাৰীত অনুষ্ঠিত কৰা সংবাদ
Read More...

তিনিচুকীয়াৰ জেষ্ঠ চিকিৎসক পি কে ৰ্শমাৰ কৰোনাত মৃত্যু ।

তিনিচুকীয়া : তিনিচুকীয়াৰ মেডিচিন বিভাগৰ জেষ্ঠ চিকিৎসক ডঃ পি কে ৰ্শমা আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তিনিচুকীয়াৰ গেলাপুখুৰী পথৰ নিবাসী চিকিৎসক গৰাকীয়ে দুদিন পূৰ্বে জ্বৰ আৰু কাঁহত ভুগি স্বাৱ টেষ্ট কৰিছিল।
Read More...

মংগোলীয়াত বুবোনিক প্লেগত মৃত্যু কিশোৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এটি কিশোৰ বুবোনিক প্লেগত মৃত্যু হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে পশ্চিম মংগোলীয়াৰ গভি-আলটাই ৰাজ্যৰ ১৫ বছৰীয়া কিশোৰটিৰ যোৱা দেওবাৰে গা বেয়া লাগে৷ টুগৰুক জিলাৰ
Read More...

গান্ধীমণ্ডপৰ জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে পথচাৰীক ৷ পাহাৰৰ মাটিৰে ভৰি পৰিছে নলা, কুম্ভকৰ্ণৰ নিদ্ৰাত…

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ উলুবাৰীস্হিত গান্ধী মণ্ডপ পথৰ জৰাজীৰ্ণ অৱস্হাই পথচাৰীক দুৰ্ভোগ ভোগাইছে ৷ জানিব পৰা মতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি থকা গান্ধীমণ্ডপৰ পথচোৱাত কেইবা ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে
Read More...

বৰুৱাহোলা উন্নয়নৰ দাবীত মটক যুৱ ছাত্ৰৰ স্মাৰক পত্ৰ।

তিনিচুকীয়া : তিনিচুকীয়া ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ বৰুৱাহোলাৰ উন্নয়নৰ বাবে আঞ্চলিক মটক যুৱ ছাত্র সম্মিলনে নিম্নলিখিত সমস্যাসমূহ পূৰণ কৰিবলৈ দাবী জনাই উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বৰুৱাহোলাত এটা পুথিভঁৰালৰ বাবে
Read More...

এইচ.এম এন্টাৰটেইনমেন্টৰ চুটি ছবি ‘পথ-উপপথ’।

✍ ভিকি শৰ্মা বিশ্ব ব্যাপি ক'ৰোনাৰ ত্ৰাসৰ কৱলত পৰি অসমৰ শিল্পীসকল ঘৰতেই আৱদ্ধ হৈ আছে কিন্তু তেওঁলোকৰ শিল্প চৰ্চাৰ ধাৰা অটুট ৰাখিছে বিভিন্ন কৰ্মৰাজিৰে। ঠিক এইদৰে ভ্ৰাম্যমাণ মঞ্চ জগতৰ। জনপ্ৰিয় অভিনেতা তথা এমেচাৰ জগতৰ অক্লান্ত সেনানি
Read More...

উজনি মাজুলীৰ গেজেৰাত শোকাৱহ ঘটনা।

উজনি-মাজুলী : উজনি মাজুলীৰ নতুন বজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাজ গেজেৰা গাঁৱত মঙ্গলবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ঘটনাৰ বিবৰণী অনুসৰি মাজ গেজেৰা গাঁৱৰ সমীপবৰ্তী লেপং গাঁৱৰ উৎপল দলেৰ পুত্ৰ পাপু দলে (১৭) ক পানীয়ে
Read More...