মুখ্য-পৃষ্ঠা

Junaid Khan: ঘৰত আছে বহু বিলাসী গাড়ী, কিন্তু ছুপাৰষ্টাৰৰ সন্তানে অহাযোৱা কৰে অটোত; তেওঁ কাৰ সন্তান ?

আমিৰ খানৰ পুত্ৰ জুনাইদ খানে অতি সহজ আৰু সাধাৰণ জীৱন যাপন কৰে। তেওঁ ক’লে যে তেওঁ বেছিভাগেই অটো বা বাছেৰে যাত্ৰা কৰে।(Junaid Khan)

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত হাত কঁপে?

শৰীৰত ভিটামিনৰ অভাৱ হ’লে কিছুমান লক্ষণ দেখা যায়। এনে পৰিস্থিতিত এই লক্ষণবোৰক আওকাণ কৰা উচিত নহয়। কোনটো ভিটামিনৰ অভাৱৰ বাবে হাত কঁপিবলৈ আৰম্ভ কৰে জানো আহক।(Vitamin)

Teddy Day: আজি ‘টেডী ডে’, টেডি বিয়েৰৰ ৰঙৰ অৰ্থ জানি লওক

ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটো টেডি ডে' হিচাপে পালন কৰা হয়। বন্ধু-বান্ধৱী, প্ৰেমিক-ভাই-ভনী আনকি ওচৰ-চুবুৰীয়াৰ লগতো এই দিৱস পালন কৰিব পাৰে।(Teddy Day)

Barsha Rani Bishaya: কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই

কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই।(Barsha Rani Bishaya)২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছিল মৰম লগা কন্যা সন্তানে ।

Today Horoscope: কুম্ভ ৰাশিৰ লোকৰ সম্পত্তি বাঢ়িব, মিথুন ৰাশিৰ লোকে খৰখেদা নকৰিব, আজিৰ ৰাশিফল পঢ়ক !

গ্ৰহৰ গতিবিধিয়ে আপোনাৰ দিনটো অনুকূল বা প্ৰতিকূল কৰি তুলিব, আপোনাৰ দিনটো কেনেকৈ পৰিকল্পনা কৰিব, ১০ ফেব্ৰুৱাৰীৰ ৰাশিফল ​​পঢ়ক।(Today Horoscope)

Popular