Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নগাঁৱত কংগ্ৰেছত গৰাখহনীয়া, ৯গৰাকী পঞ্চায়ত প্ৰতিনিধি সহ শতাধিকৰ বিজেপি দলত যোগদান।

নগাঁও : নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়াৰ। আজি সদৰ সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তত কংগ্ৰেছৰ ৯গৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰি পঞ্চায়ত টোত কংগ্ৰেছৰ ভেটিত ব্যাপক
Read More...

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম কৰিলে৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৫.৭২ লাখ লোক মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত হংকঙৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে
Read More...

দেশৰ ২২ ৰাজ্যত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ অধিক ক’ৰোনা পৰীক্ষা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২২ খন ৰাজ্যত প্ৰতি দিনে প্ৰতি মিলিয়নত ১৪০ জন লোকৰ ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ কেন্দ্ৰই এই কথা নিশ্চিত কৰিছে৷ এই তথ্যই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দ্ধাৰণ কৰা পৰিমাণ অতিক্ৰম কৰিছে৷ এই ৰাজ্যবোৰৰ ভিতৰত গোৱাত প্ৰতি
Read More...

মৰাণ জনগোষ্ঠীক জনজাতিৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : মৰাণ জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰি ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ লগতে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে জাৰি কৰা নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিলৰ দাবী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ
Read More...

ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।

দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অংকিত কৰি গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে নলবাৰীৰ কাজিপাৰা নিবাসী চিন্ময়
Read More...

বানৰ কৱলত বন‍্য জীৱ-জন্তু, বানত দিশহাৰা হৈ জনাঞ্চলত ঢেকীয়াপটীয়া বাঘ ।

কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ‍্যত ঢেকীয়াপটীয়া বাঘ। ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া কুঠৰীৰ প্ৰৱীন বৰাৰ গোঁহালিত এটা প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘ। ততাতেয়াকৈ ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ তথা বন বিভাগৰ
Read More...

চানমাৰি অমিয় নগৰত ভুমিস্খলন ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তৎপৰতাত গুৱাহাটী ৰাজহ চক্ৰবিষয়াৰ…

গুৱাহাটী : চলিত বৰ্ষত গুৱাহাটী মহানগৰীত অভাবনীয়ভাবে বৃদ্ধি পাইছে ভুমিস্খলনৰ ঘটনা৷ ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্হানত সংঘটিত হোৱা ভুমিস্খলনে ৪ গৰাকী ব্যক্তিৰ প্ৰান কাঢ়ি নিয়ে ৷ ইয়াৰ সমান্তৰালভাৱে চানমাৰি অঞ্চলৰ অমিয় নগৰৰ কেইবাটাও স্হানত পাহৰৰ
Read More...

নলবাৰী পৰিবহন বিষয়া কাৰ্যালয়ত শৌচাগাৰ উদ্বোধন।

নলবাৰী : নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি এক ৰাজহুৱা শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা  শৌচাগাৰটো উদ্বোধন কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। শৌচাগাৰটো উদ্বোধন কৰি উঠি বিধায়ক গৰাকীয়ে
Read More...

মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি শাস্তিৰ সন্মুখীন : উপ মুখ্যমন্ত্ৰী পদৰ পৰা…

দৈনন্দিন বাৰ্তা ডেস্ক : মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দলৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ল শচীন পাইলট৷ তেওঁক ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰা হৈছে৷ ইয়াৰ লগতে পাইলটক ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰাও
Read More...

বটদ্ৰৱাৰ দলংঘাট বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ কেম্পত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি…

নগাঁও : ৰাজ্যত ক'ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ষষ্ঠদশ অসম আমি লগতে ৱৰক্ষী বাহিনীয়ে হাতত লৈছে সুন্দৰ পদক্ষেপ। মৰিগাঁও জিলাৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ চাউনীৰ ভিতৰতে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাৰ উদ্যোগত
Read More...