স্থানীয় বাৰ্তা

ৰঙিয়াত ক’ৰোণাৰ সংহাৰ,এসপ্তাহৰ ভিতৰত মৃত্যু তিনিজনৰ

ৰঙিয়াত কোভিডত আক্রান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন হৈছে ৰঙিয়া বনগাঁও নিবাসী কুশল চৌধুৰী। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে  কালি অসামৰিক...

লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত গ্ৰাহকৰ প্ৰচণ্ড ভীৰ

 এফালে কৰোনা মহামাৰী ৰোগীৰ  আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই যোৱাত প্ৰশাসনে বিভিন্ন জৰুৰী আইন বলৱৎ কৰিছে । মাক্স  , ছেনিটাইজাৰ  , সামাজিক দূৰত্ব...

ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত যুৱক

ৰঙিয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চ'কত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । গুৱাহাটী অভিমুখিদ্ৰুত বেগী ট‌্ৰেইলাৰ এখনে...

আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন,কান্ধত কোৰ লৈ পুৱাই পথাৰলৈ ওলাই যোৱা কাকজানৰ এগৰাকী যুৱতী

কালৰূপী কোৰোণাই দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক ক্ষীপ্ৰতাৰে ঊৰ্ধ্বগামী হৈছে কোভিড-১৯ সংক্ৰমণৰ সংখ্যা। এনে জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো কোনো ৰাজ্যই পুনৰ লকডাউন...

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত,ওৰাং ,মাজবাট,ৰৌতাত ১০হেজাৰৰো অধিক হিতাধিকাৰীক কভিড ১৯ৰ টীকাকৰণ প্ৰদান

ওদালগুৰি জিলাৰ ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা ১৬মাৰ্চ তাৰিখৰ পৰা বৰ্তমানলৈ ৩য় পৰ্যায়ৰ কভিড টীকাকৰণৰ চলি  আছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ লগতে সকলো...

Popular