স্থানীয় বাৰ্তা

নগাঁও চহৰৰ তিনিখন শ্মশানৰ আন্ত: গাঁথনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ৪ অক্টোবৰ : অসম চৰকাৰৰ নগৰ আন্ত:গাঠনি উন্নয়ন পূঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত দুই কোটি টকা ব্যয় সাপেক্ষে নগাঁও চহৰৰ তিনিখন শ্মশান ক্ৰমে আমোলাপট্টি,...

অসম এতিয়া দ্বিতীয় কাস্মীৰ হ’ব : সত্যৰঞ্জন বৰা

নলবাৰী : অসমৰ পৰিস্থিতি উত্তপ্ত হ'বলৈ গৈ আছে। কাস্মীৰৰ পণ্ডিত সকলৰ দৰে অসমৰ পৰা হিন্দু সকলে পলাব লগীয়া হব । আজি নলবাৰী জিলা প্ৰেছ...

যোৰহাট বনসংমণ্ডলৰ বন্যপ্ৰাণী সপ্তাহ উদযাপন ৷ যোৰহাটৰ পৰা মৰিয়নি গীবন অভয়াৰণ্য টীয়ক হৈ সজাগতা ৰেলী

ভগামুখঃ যোৰহাট বনসংমণ্ডলৰ অধীনৰ যোৰহাট আৰু মৰিয়নি আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়াকৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে ৷ ইয়াৰ...

জামুগুৰিহাটৰ ছাত্ৰ পৰাশৰৰ কৃতিত্ব : শিক্ষা বিভাগৰ অনলাইন ৰচনা প্ৰতিযোগীতাত তৃতীয় স্থান দখল

জামুগুৰিহাট, ৪ অক্টোবৰ : ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিক্ষা বিভাগে অনুষ্ঠিত কৰা “ৰক্ত হীনতা আৰু ইয়াৰ প্ৰতিকাৰ” শীৰ্ষক অন লাইন ৰচনা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ...

দৰং জিলা প্ৰশাসনৰ চকুত ধুলি মাৰি বহিৰাগত কোম্পানীয়ে লুটি নিলে কোটি কোটি টকা ৷ ঘটনাত নাম সাঙোৰ খাইছে বিতৰ্কিত আৰক্ষী বিষয়া পি কে দওৰ...

দিপীলা, দৰং : এচ আই কাণ্ডৰ পিছত পুনৰ আন এক বিতৰ্কত নাম সাঙোৰ খাই পৰিছে চাকৰিৰ বেহা মেলা এচ আই কাণ্ডৰ মুল অভিযুক্ত পলাতক...

Popular