স্থানীয় বাৰ্তা

নগাঁৱত সামাজিক দুৰত্ব ভৰিৰে মোহাৰি কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱাদলৰ কৰ্মী সভা। “২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ‘কা’ বিৰোধী শক্তিয়ে এশ খন আসন লাভ কৰিব”: ৰকিবুল।

নগাঁও : নগাঁৱত কংগ্ৰেছৰ ইয়ং বিগ্ৰেড সেৱা দলৰ এখন কৰ্মীসভা আজি জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। ইয়ং বিগ্ৰেডৰ জিলা সভাপতি দিব্যজ্যোতি বৰাৰ...

গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী...

অসম জৰীপ আৰু বন্দবস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক যোগেন নাথৰ দেহাৱসান ৷

নামখলা : দৰং জিলাৰ বৰদৌলগুৰিৰ নিবাসী তথা কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা যোগেন নাথ ৷ লকডাউনত ঘৰতে আছে যদিও পুৱা ঘৰৰ ওচৰৰ  জপনাত বিদ্যুত সংযোগ...

চৰকাৰৰ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত নাজিৰাৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ বিভিন্ন সংগঠনৰ।

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ কথাৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত...

নাজিৰাত গুটখা ব্যৱসায়ীৰ দপদপনি : কেইটামান টকাৰ লেনদেনৰ বাবেই কৰ্মচাৰীক ঘৰৰ ভিতৰত সোমোৱাই মাৰপিট গুটখা মাফিয়া বিকাশ চাহু আৰু সুভাষ চাহুৰ।

নাজিৰা : নাজিৰাৰ আৰক্ষী এতিয়া অঞ্চলটোৰ কুখ্যাত গুটখা মাফিয়াৰ হাতৰ মুঠিত। এইয়াই যেন প্ৰতিপন্ন হৈছে নাজিৰাৰ এজন গুটখা মাফিয়া  ব্যৱসায়ীৰ শেহতীয়া কাৰ্যকলাপত।  মাত্ৰ কেইটামান টকাৰ লেনদেনৰ...

Popular