স্থানীয় বাৰ্তা

টীয়কত গঢ়ি উঠা নিষিদ্ধ ড্ৰাগছ ব্যৱসায় তৎকালীনভাৱে উচ্ছেদ আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কেইবাটাও সংগঠনৰ

মুদৈজান : অসমৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ টীয়কতো এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ। ইমানেই উঠি অহা যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি...

ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ, কংগ্ৰেছৰ প্ৰতিবাদী শোভাযাত্ৰা, আছুৰ মটৰ চাইকেলৰ বিশাল শোভাযাত্ৰাৰে উত্তাল টিংখাঙৰ ৰাজপথ

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় শশী শেনছোৱা আৰু হেমন্ত কোঁৱৰক দেওবাৰৰ নিশা জিলাখনৰ টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি...

মাজুলীত কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীৰ বান সাহাৰ্য বিতৰণ

উজনি-মাজুলী : সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো বৰ্তমান ক'ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতেই বানপানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যখনৰ...

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ ৷ ৰাজ্যসভাৰ পৰৱৰ্তী অধিৱেশনত বিধেয়ক নানিলে ভয়ংকৰ হ’ব অসমৰ...

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা...

সোণতলীৰ জাওঁকাটাত অখিল গগৈৰ মুক্তিৰ দাবীত মিঞা পৰিষদৰ প্ৰতিবাদ

সোণতলী : দক্ষিণ কামৰূপৰ জাওঁকাটা  কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ বকো সমষ্টিৰ...

Popular